হিজাব খুলি প্ৰতিবাদ কৰা এই যুৱতীগৰাকী ইৰাণৰ নহয়, ফ্ৰান্সৰ সমাজকৰ্মী কেমিল ইৰছহে।
শেহতীয়াকৈ অসমৰ একাধিক ফেচবুক পেজত এটা বিশেষ ভিডিঅ’ ভাইৰেল হৈ পৰা দেখা গৈছে। ভিডিঅ’টোত আমি দেখোঁ যে এগৰাকী যুৱতীয়ে হিজাব খুলি পেলাইছে। তাৰ পাছতে তেওঁ পিন্ধি থকা জেকেটটো খুলি দিয়ে আৰু দেখা যায় যে তেওঁ পিন্ধি থকা চোলাটোত ইৰাণৰ শাসক খামেইনীৰ বিৰুদ্ধে এশাৰি বাক্য লিখা আছে। এই ভিডিঅ’টোৰে দাবী কৰা হৈছে যে ইৰাণত এইদৰে এগৰাকী […]
Continue Reading
