ইণ্ডোনেছিয়াৰ ভিডিঅ’কে নেপালৰ ভিডিঅ’ বুলি মিছাকৈ প্ৰচাৰ কৰা হৈছে। 

অতি শেহতীয়াকৈ অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি সেয়া নেপালৰ বৰ্তমান পৰিস্থিতি বুলি দাবী কৰিছে। নেপালত প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত এইদৰে মুখামুখি সংঘাত হোৱা বুলি দাবী কৰি ভিডিঅ’টো আপলোড কৰিছে ১০ চেপ্তেম্বৰ ২০২৫ত। পোষ্টটোত লিখিছে এইদৰেঃ প্ৰধান মন্ত্ৰী পলায়ন8 September 2025 নেপালৰ সেনা আৰক্ষী আৰু প্ৰতিবাদকাৰী মাজত ভয়ংকৰ পৰিস্থিতি। Facebook Link Archived Link  […]

Continue Reading

অসমৰ বানপানী: কাৰণ, পৰিণাম, ক্ষতি আৰু চৰকাৰৰ প্ৰতিক্ৰিয়া

পাতনি   বৰ্ষাকালত অসমত বানপানী হৈয়েই থাকে, কিন্তু ২০২৫ চনৰ বানপানীয়ে আকৌ এবাৰ অসমবাসীক কঠোৰ পৰীক্ষাৰ সন্মুখীন কৰোৱাছে। এই বানপানীয়ে হাজাৰ হাজাৰ লোকক গৃহহীন কৰিছে, জীৱ-জন্তু, খেতি-বাতি আৰু সা-সম্পত্তিৰ অপৰিমেয় ক্ষতি সাধন কৰিছে। এই লেখাত আমি এই বানপানীৰ কাৰণ, পৰিণাম, ক্ষতি আৰু চৰকাৰৰ প্ৰতিক্ৰিয়া সম্পৰ্কে সংক্ষিপ্তকৈ আলোচনা কৰিম।   অসমৰ বানপানীৰ মূল কাৰণ:   ১. বৰষুণৰ বৃদ্ধি: এইবাৰৰ […]

Continue Reading

এই ভিডিঅ’টো হিমাচল প্ৰদেশৰ শেহতীয়া ভূমিস্খলনৰ নহয়।

হিমাচল প্ৰদেশত অব্যাহত আছে প্ৰকৃতিৰ বিধ্বংস। বানপানী আৰু বৰষুণৰ ফলত সকলোতে দেখা গৈছে ধ্বংসলীলাৰ দৃশ্য। শেহতীয়া আপডেট অনুসৰি হিমাচল প্ৰদেশত বৰষুণৰ বাবে য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে। ১৭ জুলাইলৈকে প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী জাৰি কৰা হৈছে। ২০১৩ চনত উত্তৰাখণ্ডত হোৱা কেদাৰনাথ দুৰ্যোগৰ অৱস্থাৰ দৰেই এই অৱস্থা। অৱশ্যে ইয়াৰ মাজতে এনে বহু পোষ্ট ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ […]

Continue Reading