এই ফটোখনত থকা ব্যক্তিজন সম্ৰাট আকবৰ নহয়।

অলপতে আমাৰ হোৱাটচ‌এপ নম্বৰলৈ (৯০৪৯০৫৩৭৭০) এখন বিশেষ ফটো ফ’ৰৱাৰ্ড কৰা হৈছিল। ফটোখনত দুজন ব্যক্তিৰ ফটো আছিল। সেই দুজনৰ এজন আছিল বলীউডৰ অভিনেতা হৃত্ত্বিক ৰোশন আৰু হৃত্ত্বিক ৰোশনৰ ফটোখনৰ ওপৰত “Reel” বুলি লিখা আছিল। ফটোত থকা আনজন ব্যক্তিৰ ওপৰত “Real” বুলি লিখা আছিল। ফটোখন ফ’ৰৱাৰ্ড কৰি ব্যৱহাৰকাৰীয়ে জানিব বিচাৰিছিল যে বাওঁফালে থকা এই ব্যক্তিজন প্ৰকৃত মোগল […]

Continue Reading