FACT CHECK: ফটোত থকা মহিলাগৰাকীয়ে ভাৰতত ক্ৰমাগতভাৱে বৃদ্ধি হোৱা ধৰ্ষণ হত্যাৰ বিৰোধ কৰিছে নেকি?

ফেচবুক লিংক | সংৰক্ষিত লিংক উত্তৰ প্ৰদেশৰ হাথৰাছত এগৰাকী ১৯ বছৰীয়া যুৱতীক গণধৰ্ষণ কৰি হত্যা কৰাৰ খবৰ প্ৰচাৰ হোৱাৰ পিছতেই নেটিজনেসকলে নাৰী সুৰক্ষাক লৈ চোছিয়েল মিডিয়া উত্তাল কৰি তুলিছে।  ইয়াৰ মাজতেই কাঁইটীয়া তাঁৰ আৰু টিনৰ পাতেৰে নিজৰ শৰীৰ মেৰিয়াই থকা এগৰাকী মহিলাৰ এখন ফটো ভাইৰেল হৈ পৰিছে। যত দাবী কৰা হৈছে এই মহিলাগৰাকীয়ে বিজেপিৰ বিৰুদ্ধে […]

Continue Reading