বিহাৰৰ মা মুন্দেশ্বৰী মন্দিৰৰ বিগ্ৰহৰ ফটো অসমৰ ৰঙিয়াৰ বাৰ্মিজ ফিল্ডৰ কোনো ভগবানৰ বিগ্ৰহৰ ফটো বুলি দাবী কৰি প্ৰচাৰ।
শেহতীয়াভাবে অসমৰ এটা ফেচবুক পেজৰ পৰা এখন বিশেষ ফটো আপলোড কৰি কেপছনত লিখা হৈছে বাৰ্মিজ ফিল্ড ৰঙিয়া বুলি। ফটোখন ভগবানৰ এটি বিগ্ৰহৰ। ফটোখনৰ ওপৰত প্ৰশ্নবোধকভাৱে লিখা হৈছে বুদ্ধৰ মুৰ্তি হয়নে? বুলি। অৰ্থাত সেই ফটোখন অসমৰ কামৰূপ জিলাৰ ৰঙিয়াৰ বাৰ্মিজ ফিল্ডত উদ্ধাৰ হোৱা বা বাৰ্মিজ ফিল্ডত থকা বুদ্ধদেৱৰ মুৰ্তি বুলি দাবী কৰা হৈছে। Facebook Link । […]
Continue Reading