ৰণবীৰ কাপুৰে সঁচাকৈয়ে অনুৰাগীজনৰ ফোন দলিয়াই দিছিলনে?
শেহতীয়াকৈ ৰণবীৰ কাপুৰৰ এটা ভিডিঅ’চ’চিয়েল মেডিয়াত ভাইৰেল হোৱা দেখা গৈছে। ভিডিঅ’টোত দাবী কৰা হৈছে যে এজন অনুৰাগীয়ে ৰণবীৰ কাপুৰৰ লগত ছেলফি ল’বলৈ চেষ্টা কৰিছে আৰু ৰণবীৰ কাপুৰে অনুৰাগীজনৰ ফোনটো লৈ দলিয়াই দিছে। এই ভিডিঅ’ ভাইৰেল হোৱাৰ পাছৰেপৰা ৰণবীৰ কাপুৰক চ’চিয়েল মেডিয়াত ব্যাপকভাৱে ট্ৰ’ল কৰা পৰিলক্ষিত হৈছে। ভিডিঅ’টোৰ কেপশ্বনত লিখা আছিল এইদৰে “ধেৎ,এনেকুৱা কিয় কৰা ? […]
Continue Reading