ডিমাৰ্টে ৰমজান উপলক্ষে কোনো বিশেষ বিক্ৰী সেৱা আগবঢ়োৱা নাই। লিংকটো ভুৱা।
শেহতীয়াভাবে অসমত হোৱাটছএপ যোগে এটা মেছেজ ভাইৰেল ৰৈ পৰা দেখা গৈছে। ৰমজান মাহ উপলক্ষে প্ৰসিদ্ধ ব্যৱসায়িক প্ৰতিস্থআন ডিমাৰ্টে বিশেষ অফাৰ দিয়া বুলি দাবী কৰি সেই লিংকটো শ্বেয়াৰ কৰা হৈছে। বিভিন্ন হোৱাটছএপ গ্ৰুপতো সেই লিংকটো শ্বেয়াৰ কৰা হৈছে। Archived Link কিন্তু এই দাবী সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ […]
Continue Reading