ভিক্টৰ দাসক ৰাইজৰ দলৰ মুখপাত্ৰৰ দায়িত্ব দিয়া নাই। এয়া ভুৱা খবৰ।
শেহতীয়াকৈ অসমৰ বিভিন্ন ফেচবুক পেজত এটা খবৰ বিয়পি পৰিছে যে ভিক্টৰ দাসক অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দলৰ মুখপাত্ৰ হিচাপে দায়িত্ব প্ৰদান কৰা হৈছে। অখিল গগৈ আৰু ভিক্টৰ দাসৰ ফটো সম্বলিত পোষ্টেৰে এই দাবী প্ৰচাৰ কৰা হৈছে। Facebook Link Archived Link Facebook Link Archived Link Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো […]
Continue Reading
