মহাৰাষ্ট্ৰৰ পুৰণি ভিডিঅ’ ৰাহুল গান্ধীৰ ভোট অধিকাৰ যাত্ৰাৰ সময়ৰ বুলি ভাইৰেল।

শেহতীয়াকৈ এক বিশাল জন সমাগমৰ দৃশ্য ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে য’ত দাবী কৰা হৈছে যে সেয়া বিহাৰত ৰাহুল গান্ধীৰ ভোট অধিকাৰ যাত্ৰাৰ সময়ত সমবেত হোৱা জনতাৰ দৃশ্য। Facebook Link | Archived Link  আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। সত্যতা নিৰূপণ পদ্ধতি  আমি প্ৰথমে ভাইৰেল ভিডিঅ’টোৰ কিছুমান স্ক্ৰীণশ্বট লৈ ৰিভাৰ্চ ইমেজ ছাৰ্চ […]

Continue Reading