এয়া এপষ্টিন ফাইলচ মুকলি হোৱাৰ পূৰ্বৰে দৃশ্য। এপষ্টিন ফাইলচৰ সৈতে সম্পৰ্ক নাই।    

শেহতীয়াকৈ অসমৰ এটা ফেচবুক পেজত এটা পোষ্ট কৰা হৈছে। পোষ্টটোত এটা ভিডিঅ’ আপলোড কৰি লিখিছে- এবষ্টিন ফাইলক লৈ নিউয়ৰ্কৰ ট্ৰাম্প টাৱাৰ ঘেৰাও লক্ষাধীক মানুহৰ। এইদৰেই সেই ভিডিঅ’টো এপষ্টিন ফাইলচ মুকলি হোৱাৰ পাছত জনতাই ট্ৰাম্প টাৱাৰ ঘেৰাও কৰা বুলি দাবী কৰা হৈছে। Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা […]

Continue Reading

এয়া আৰাৱলী পৰ্বতৰ খননৰ বিৰুদ্ধে ৰাজস্থানৰ প্ৰতিবাদৰ দৃশ্য নহয়।   

শেহতীয়াকৈ অসমৰ এটা ফেচবুক পেজত এটা বিশেষ ভিডিঅ’ আপলোড কৰি সেই দৃশ্যটো আৰাৱলী পৰ্বতৰ খননৰ বিৰুদ্ধে ৰাজস্থানত হোৱা প্ৰতিবাদৰ বুলি দাবী কৰিছে।   Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।  সত্যতা নিৰূপণ পদ্ধতি অনুসন্ধানৰ আৰম্ভণীতে আমি ভিডিঅ’টোৰ স্ক্ৰীণশ্বট লৈ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তাৰ […]

Continue Reading