যশোদাবেন মোদীৰ এই ফটোখন সম্পাদনা কৰা হৈছে।

দেশত লোকসভা নিৰ্বাচনৰ কুচকাৱাজ আৰম্ভ হোৱাৰ লগে লগে বিভিন্ন পোষ্ট চ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পত্নী যশোদাবেন মোদীৰ এখন ফটো ভাইৰেল হোৱা দেখা গৈছে। এই ফটোখনত যশোদাবেনক এখন কাগজ লৈ থকা দেখা গৈছে। তাত লিখা আছে এইদৰে,”सबसे पहली”गारंटी” उसने.. मुझे दी थी! बाकि आप समझदार हो!(সকলোতকৈ প্ৰথম গ্যেৰাণ্টী তেওঁ মোক দিছিল! […]

Continue Reading

যশোদাবেন মোদীৰ এই টুইটাৰ একাউণ্টটো ভুৱা।

কিছুদিন পূৰ্বে আৰজেডি দলৰ সভাপতি লালু প্ৰসাদ যাদৱে পাটনাত প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে এক সভাত ভাষণ দিছিল। ভাষণত তেওঁ কয় যে মোদীৰ কোনো পৰিয়াল নাই আৰু প্ৰকৃত হিন্দুও নহয়। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতৰ ১৪০ কোটি লোক তেওঁৰ পৰিয়াল। ইয়াৰ পিছতে অসমৰ হোৱাটচ‌এপত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পত্নী যশোদাবেন মোদীৰ এক্স হেণ্ডল বুলি এটা […]

Continue Reading

এই ফটোখনৰ অযোধ্যাৰ ৰাম মন্দিৰৰ লগত কোনো সম্পৰ্ক নাই।

২৪ জানুৱাৰী, ২০২৪ তাৰিখে অযোধ্যাৰ ৰাম মন্দিৰ উদ্বোধন কৰা হ’ব।উদ্বোধনৰ পূৰ্বে সাজু কৰি তুলিবলৈ মন্দিৰটোৰ নিৰ্মাণকাৰ্য পূৰ্ণগতিত চলি আছে। এনে পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰমিকৰ সৈতে বহি খাদ্য খোৱাৰ ফটো ভাইৰেল হৈ পৰিছে। চ’চিয়েল মেডিয়াত ফটোখন শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে দাবী কৰিছে যে ৰাম মন্দিৰ নিৰ্মাণ কৰা শ্ৰমিকসকলৰ সৈতে প্ৰধানমন্ত্ৰী মোদীয়ে খাদ্য গ্ৰহণ কৰি আছে। অসমৰ […]

Continue Reading

ভাইৰেল ফটোখনত যশোদাবেন মোদীয়ে নৰেন্দ্ৰ মোদীক ঠাট্টা কৰা পোষ্টাৰ লৈ থকা নাই।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পত্নী যশোদাবেনৰ এখন ছবি ছ’চিয়েল মিডিয়াত শ্বেয়াৰ হৈছে। এই ছবিখনত আমি যশোদাবেনক হাতত কাগজ এখন লৈ থিয় হৈ থকা দেখিবলৈ পাওঁ। তাত লিখা আছে যে “যেতিয়া মোৰ স্বামী মোৰ হ’ব নোৱাৰে, তেতিয়া আপোনাৰ বা দেশবাসীৰ বাবে কেনেকৈ হ’ব পাৰিব? এয়া নাৰী সবলীকৰণ নেকি? – যশোদাবেন মোদী” এই ছবিখনৰ সৈতে দাবী কৰা হৈছে […]

Continue Reading

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেজছ যুদ্ধ বিমানেৰে ভ্ৰমণ কৰাৰ সময়ত কাক উদ্দেশ্যি হাত জোকাৰিছিল?

যোৱা ২৫ নৱেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেজছ যুদ্ধ বিমানেৰে ৩০মিনিট সময় আকাশমাৰ্গত ভ্ৰমণ কৰিছিল। এনেদৰে ভ্ৰমণ কৰা তেওঁ ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী। এই সন্দৰ্ভত এটা ভিডিঅ’ ভাইৰেল হৈছে চ’চিয়েল মেডিয়াত। ভিডিঅ’টোত প্ৰধানমন্ত্ৰী মোদীয়ে তেজছ যুদ্ধ বিমানেৰে আকাশত ভ্ৰমণ কৰাৰ সময়ত বাহিৰলৈ চাই হাত জোকাৰি থকা দেখা গৈছে। চ’চিয়েল মেডিয়া ব্যৱহাৰকাৰীয়ে দাবী কৰিছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে […]

Continue Reading

এই ফটোখনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুছলমান টুপী পৰিধান কৰা নাছিল।

শেহতীয়াকৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এখন ফটো চ’চিয়েল মেডিয়াত ভাইৰেল হোৱা দেখা গৈছে। “ইজিপ্টৰ ১০০০ বছৰ পুৰণি এখন মছজিদত আমাৰ মোদী চাহাব” শীৰ্ষক ফটোখনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুছলমান টুপী পৰিধান কৰা দেখা গৈছে। Facebook Link | Archived Link তেনেধৰণৰ পোষ্ট ইয়াত আৰু ইয়াতো চাব পাৰিব। আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। […]

Continue Reading