ৰাহুল গান্ধীৰ অসম্পূৰ্ণ ভিডিঅ’ প্ৰসংগ সংগতিহীনভাৱে ভাইৰেল।

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ৰাহুল গান্ধীৰ এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত ৰাহুল গান্ধীয়ে কোৱা শুনা গৈছে, “এই প্ৰদূষণৰ মূল কাৰণ হৈছে ভোট চুৰি”। Facebook Link | Archived Link  আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। সত্যতা নিৰূপণ পদ্ধতি আমি প্ৰথমে ভাইৰেল ভিডিঅ’টোৰ স্ক্ৰীনশ্বটৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া Deccan Chronicle ৰ অফিচিয়েল এক্স […]

Continue Reading

প্ৰদূষণ আৰু অক্সিজেন বাৰঃ অক্সিজেন বাৰৰ বিষয়ে সবিশেষ জানো আহক।

শেহতীয়াকৈ আমাৰ দেশৰ ৰাজধানী দিল্লীৰ প্ৰদূষণৰ কথাটোৱে সমগ্ৰ দেশৰ লগতে অসমতো বিপুলৰূপত আলোচিত হৈছে। সমান্তৰালকৈ অসমৰ ৰাজধানী চহৰ গুৱাহাটীতো প্ৰদূষণে সাধাৰণ ৰাইজক সমস্যাত পেলোৱা পৰিলক্ষিত হৈছে। আনকি বায়ুমণ্ডলৰ গুণাগুণৰ কথাও মাজে সময়ে আলোচিত হৈছে।  তেনে পৰিপ্ৰেক্ষিতত অনাগত ভৱিষ্যতত দিল্লী অথবা গুৱাহাটীৰ মানুহে অক্সিজেনৰ অভাৱত জ্বলকলা দেখিব বুলিও ধাৰণা কৰা হৈছে। সেইবাবেই অক্সিজেন বাৰৰ প্ৰসংগটোও উত্থাপিত […]

Continue Reading