১৯৪৮চনত ভাৰতীয় ফুটবল দলটোক নেহৰুৱে জোতা কিনিবলৈ ধন দিয়া নাছিল নেকি। সত্যটো কি, জানো আহক। 

শেহতীয়াকৈ অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এখন ফটো আপলোড কৰি এটা পোষ্ট কৰিছে। পোষ্টটোৰে তেওঁ দাবী কৰিছে যে ১৯৪৮ চনৰ বিশ্বকাপত ভাৰতীয় ফুটবল দলটোৱে খালী ভৰিৰে ফুটবল খেলিবলগীয়া হৈছিল। কাৰণ তদানীন্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে শৈলেন্দ্ৰ নাথ মান্নৰ অধিনায়কাধীন দলটোক ফুটবল খেলা জোতা কিনিবলৈ ধন দিয়া নাছিল। প্ৰধানমন্ত্ৰীয়ে নিজৰ প্ৰয়োজনীয় সামগ্ৰীসমূহ যোগাৰ কৰি লৈছিল ঠিকেই, কিন্তু ভাৰতীয় […]

Continue Reading

সেই সময়ত ড০ মনমোহন সিং ভাৰতৰ প্ৰধানমন্ত্ৰী হৈ থকা নাছিল।   

যোৱা ৩১ আগষ্ট ২০২৫ত অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি সেয়া আমাৰ দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ প্ৰতি সেয়া অপমান বুলি উল্লেখ কৰিছে। ভিডিঅ’টোত দেখা গৈছে যে চীন দেশৰ এগৰাকী প্ৰতিনিধি আহি কংগ্ৰেছ নেত্ৰী চোনীয়া গান্ধী আৰু ড০ মনমোহন সিঙৰ সৈতে কৰমৰ্দন কৰিছে। প্ৰথমে চোনীয়া গান্ধী আৰু তাৰ পাছত ড০ সিঙৰ সৈতে […]

Continue Reading

মিছা ভিডিঅ’ৰে পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে পৰাজয় স্বীকাৰ কৰা বুলি দাবী।

শেহতীয়াকৈ যোৱা ৬ মে’ৰ মাজৰাতি ভাৰতৰ তৰফৰ পৰা আৰম্ভ কৰা ‘অপাৰেচন সিন্দূৰ’ৰ পাছতেই বিভিন্ন ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে সেয়া ভাৰতে পাকিস্তান আক্ৰমণ কৰি যুদ্ধত পৰাভূত কৰাৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰিফে সংবাদ মাধ্যমৰ আগত পৰাজয় স্বীকাৰ কৰি দেশবাসীক সম্বোধন কৰা দৃশ্য।  Facebook […]

Continue Reading

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে গুৰু গোবিন্দ সিঙৰ পাঞ্জ প্যাৰেৰ এজন তেওঁৰ খুৰাক বুলি কৈছিল নেকি?

শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ এটা ভিডিঅ’ ক্লিপ ভাইৰেল হৈছে এই দাবীৰে যে গুৰু গোবিন্দ সিঙৰ পাঞ্জ প্যাৰেৰ এজন প্ৰধানমন্ত্ৰী মোডীৰ খুৰাক আছিল বুলি তেওঁ কৈছিল। এই ভিডিঅ’টো আমাৰ হোৱাটচ‌এপ নম্বৰলৈও (৯০৪৯০৫৩৭৭০) ফ’ৰৱাৰ্ড কৰা হৈছিল সত্যতা নিৰূপণৰ বাবে। Archived Link  আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। সত্যতা নিৰূপণ পদ্ধতি  আমি ভাইৰেল ভিডিঅ’টোৰ […]

Continue Reading

২০২৪ চনৰ ৪ জুনৰ পাছত নৰেন্দ্ৰ মোদী ভাৰতৰ প্ৰধানমন্ত্ৰী হৈ থাকিব বুলি ৰাহুল গান্ধীয়ে কোৱা নাছিল। ভিডিঅ’টো সম্পাদনা কৰা হৈছে।

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ৰাহুল গান্ধীৰ এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত ৰাহুল গান্ধীয়ে এইদৰে কোৱা শুনা যায়,”২০২৪ ৰ ৪ জুনত নৰেন্দ্ৰ মোদী ভাৰতৰ প্ৰধানমন্ত্ৰী হৈ থাকিব” (२०२४, ४ जून, नरेंद्र मोदी हिंदुस्तान के प्रधानमंत्री रहेंगे)। ফেচবুকত ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে,”ইমান সচা কথা কোৱা মানুহ এই পৃথিৱীত দ্বিতীয় এজন নাই ।” Facebook Link | Archived […]

Continue Reading

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংৰক্ষণৰ বিৰুদ্ধে মন্তব্য কৰিছে নেকি?

শেহতীয়াকৈ বাজেট অধিবেশনৰ এটা ভিডিঅ’ ক্লিপ ছ’চিয়েল প্লেটফৰ্মত ব্যাপকভাৱে শ্বেয়াৰ কৰা হৈছে। য’ত প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁ যিকোনো সংৰক্ষণৰ বিৰোধী বুলি কোৱা শুনা গৈছে। তেওঁ কৈছে যে মই কোনো ধৰণৰ সংৰক্ষণ ভাল নাপাওঁ, আৰু বিশেষকৈ চাকৰিত সংৰক্ষণ ভাল নাপাওঁ। অদক্ষতাক প্ৰসাৰিত কৰা যিকোনো পদক্ষেপৰ মই বিৰোধী। ফেচবুক ৰিলছত প্ৰচাৰিত এই ভিডিঅ’ ক্লিপটো ব্যৱহাৰকাৰীসকলে ইয়াক সঁচা বুলি […]

Continue Reading

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নাম ন’বেল বঁটাৰ বাবে প্ৰস্তাৱ কৰা হৈছে নেকি?

শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নাম ন’বেল বঁটাৰ বাবে প্ৰস্তাৱ কৰা হোৱা বুলি এটা ভিডিঅ’ চ’চিয়েল মেডিয়াত শ্বেয়াৰ হৈছে। ন’বেল শান্তি বঁটা কমিটিৰ ডেপুটি লীডাৰ এচলে টোজেৰ এক সাক্ষাৎকাৰৰ উদ্ধৃতি দি টাইমছ নাও নামৰ সংবাদ প্ৰতিষ্ঠানটোৱে বাতৰি পৰিৱেশন কৰিছিল যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ন’বেল শান্তি বঁটাৰ বাবে এগৰাকী ডাঙৰ প্ৰতিদ্বন্দীৰ অন্যতম। আমাৰ হোৱাটচ‌এপ নম্বৰলৈও একেটা ভিডিঅ’ […]

Continue Reading

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সোণৰ আবক্ষ মূৰ্তি চৌদি আৰৱত নিৰ্মাণ কৰা হোৱা নাই।

চৌদি আৰৱত মোডীৰ সোণৰ মূৰ্তি স্থাপন কৰা বুলি দাবী কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সোণৰ আবক্ষ মূৰ্তি দেখুওৱা এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ফুটেজত নৰেন্দ্ৰ মোডীৰ আধা দৈৰ্ঘ্যৰ সোণৰ মূৰ্তি প্ৰদৰ্শিত হোৱা দেখা গৈছে, ‌য’ত স্পষ্টকৈ লিখা আছে ১৫৬ গ্ৰাম বুলি। এই ভিডিঅ’টো আমাৰ হোৱাটচ‌এপ নম্বৰলৈও আহিছিল আৰু কেপশ্বন লিখা আছিল এইদৰে – “আৰবে […]

Continue Reading

ফ্ৰান্সত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আদৰণি জনোৱা হোৱা নাছিল নেকি?

অলপতে যোৱা ১৩ আৰু ১৪ জুলাইত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুদিনীয়া ভ্ৰমণসূচী লৈ ফ্ৰান্সলৈ গৈছিল। তেওঁৰ ভ্ৰমণৰ বহু ভিডিঅ’ ইণ্টাৰনেটত ভাইৰেল হৈছ। এটা ভিডিঅ’ বহুত শ্বেয়াৰ কৰা হৈছে য’ত তেওঁক বিমানৰ পৰা নামি অহা দেখিবলৈ পোৱা গৈছে। ইয়াৰ পিছত তলত থিয় হৈ এগৰাকী মহিলাই তেওঁক আদৰি অনা দেখা গৈছে। এই ভিডিঅ’টোত সেই মহিলাগৰাকীৰ বাহিৰে তাত কোনো […]

Continue Reading