সঁচাকৈয়ে ১ এপ্ৰিলৰ পৰা সকলো ধৰণৰ UPI লেনদেনত গ্ৰাহকে কৰ দিব লাগিব নেকি?
যোৱা ২৯ মাৰ্চ ২০২৩ত TIME8 নামৰ অসমৰ এটা ডিজিটেল সংবাদ প্ৰতিস্থানে বিয়লি ৩ বাজি ২৪ মিনিটত নিজৰ ফেচবুক পেজত এই দাবীৰে এটা বাতৰি সম্প্ৰচাৰ কৰিছিল যে ১ এপ্ৰিল ২০২৩ৰ পৰা গুগলপে’, ফোনপে’, পে’টিএম আদিৰে ইউপিআই লেনদেন কৰা সকলো গ্ৰাহকে অতিৰিক্ত কৰ প্ৰদান কৰিব লাগিব। ভিডিঅ’ ৰূপত সম্প্ৰচাৰ কৰা বাতৰিটোত কোৱা হৈছে যে সকলো গ্ৰাহকে কৰ […]
Continue Reading