পাকিস্তানৰ কোট ছাট্টাত সংঘটিত এলপিজি টেংকাৰ বিষ্ফোৰণৰ দৃশ্যকে ভাৰতে পাকিস্তান আক্ৰমণ কৰি পেট্ৰোল পাম্প ধ্বংস কৰি দিয়া বুলি বিভ্ৰান্তিকৰভাৱে প্ৰচাৰ কৰা হৈছে। 

শেহতীয়াভাৱে অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে সেই ভিডিঅ’টো শেহতীয়াভাৱে ভাৰতে আক্ৰমণ কৰি ধ্বংস কৰি দিয়া পাকিস্তানৰ কোনো এটা পেট্ৰোল পাম্পৰ দৃশ্যৰ ভিডিঅ’।      Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।  সত্যতা নিৰূপণ পদ্ধতি অনুসন্ধানৰ আৰম্ভণীতে আমি ভাইৰেল ভিডিঅ’টোৰ […]

Continue Reading