২০২৩চনৰে পুৰণি ভিডিঅ’ এটা শেহতীয়াকৈ জোহৰাণ মামদানীৰ মেয়ৰ হিচাপে বিজয়ী হোৱাৰ পাছৰ বুলি প্ৰচাৰ কৰা হৈছে।

শেহতীয়াকৈ অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে জোহৰাণ মামদানীয়ে নিউয়ৰ্কৰ মেয়ৰ হিচাপে নিৰ্বাচিত হোৱাৰ পাছত মুছলমান ব্যক্তি এজনে আমেৰিকাৰ পাতাকা আঁতৰাই দিছে।    Facebook Link Archived Link একেই দাবী আমি ইনষ্টাগ্ৰামতো পালোঁ। Instagram Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।  […]

Continue Reading

মধ্য প্ৰদেশৰ বিজেপি নেতা নেক মহম্মদ ৰিজভিৰ ফটো বিহাৰৰ দৰভাংগাত গ্ৰেপ্তাৰ হোৱা মহম্মদ ৰিজভি বুলি মিছাকৈ প্ৰচাৰ কৰা হৈছে।    

যোৱা ৩১ আগষ্ট ২০২৫ত অসমৰ কেইগৰাকীমান ফেচবুক ব্যৱহাৰকাৰীয়ে এখন বিশেষ ফটো আপলোড কৰি ফটোখনত ৰঙা চিহ্নৰে নিৰ্দেশ কৰা এজন বিশেষ ব্যক্তিক বিহাৰৰ দৰভাংগাত INDIA Allianceৰ ভোট দাতা অধিকাৰ যাত্ৰাত নৰেন্দ্ৰ মোডীৰ মাতৃৰ সম্পৰ্কত অশুভ মন্তব্য কৰাক যুৱকজন বুলি দাবী কৰিছে। পোষ্টটোত তেওঁ বিজেপিৰে কৰ্মকৰ্তা মহম্মদ ৰিজভি বুলি দাবী কৰা হৈছে।  Facebook Link Archived Link  Facebook […]

Continue Reading