পেপচিকোৱে গৃহিনী,অৱসৰী লোক তথা বিশেষভাৱে সক্ষম লোকৰ বাবে ঘৰৰ পৰাই কৰিব পৰা চাকৰিৰ ব্যৱস্থা কৰা নাই। এয়া ভুৱা বাৰ্তা।
শেহতীয়াভাবে অসমত এটা বাৰ্তা বিয়পি পৰিছে যে শীতল পানীয় প্ৰস্তুতকৰ্তা কোম্পানী পেপচিকোৰ তৰফৰ পৰা ঘৰতে বহি কাম কৰিব পৰা সুবিধা প্ৰদান কৰা হৈছে। বিশেষকৈ গৃহিনী, অৱসৰী লোক অথবা বিশেষভাৱে সক্ষম লোকে ঘৰৰ পৰায়ে কাম কৰি উপাৰ্জন কৰাৰ সুবিধা পেপচিয়ে দিছে বুলি কৰা দাবীটো আমাৰ ফেক্টলাইন নম্বৰ 904905377লৈয়ো প্ৰেৰণ কৰি তাৰ সত্যতা জানিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে […]
Continue Reading