এয়া ইৰাণৰ আকাশত নহয়, ইজৰাইলৰ তেল আভিভত চলা আক্ৰমণৰ দৃশ্যহে। দাবীটো আংশিকভাৱে মিছা।
শেহতীয়াকৈ অসমৰ এটা ফেচবুক পেজত এটা ভিডিঅ’ আপলোড কৰি সেয়া ইৰাণৰ আকাশত ইজৰাইল আৰু আমেৰিকাৰ দ্বাৰা ৭ মাৰ্চ ২০২৬ত কৰা যুটীয়া আক্ৰমণৰ দৃশ্য বুলি দাবী কৰিছে। দৃশ্যটোত লিখিছে- ইৰাণৰ আকাশত মহাযুদ্ধ! আজি ৭ মাৰ্চৰ আটাইতকৈ ডাঙৰ ব্ৰেকিং নিউজ। আমেৰিকা আৰু ইজৰাইলৰ যুটীয়া আক্ৰমণত দিশহাৰা ইৰাণৰ বায়ুসেনা। আকাশতে ধ্বংস হ’ল ইৰাণৰ কেইবাখনো যুদ্ধবিমান। ইয়াৰ পাছত কি […]
Continue Reading
