বিলাৱল ভূট্টোৱে “আমাৰ মানুহ ভাৰতৰ সংসদত বহি আছে” বুলি কোৱা ভিডিঅ’টো মিছা।
শেহতীয়াকৈ অসমৰ একাধিক ফেচবুক ব্যৱহাৰকাৰীয়ে এটা বিশেষ ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে পাকিস্তানৰ বিধানসভাত বিলাৱল ভূট্টৱে কৈছে যে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ সমুখতেই তেওঁলোকে নিজৰ উদ্দেশ্যৰ বক্তব্য প্ৰকাশ কৰোৱাব পাৰে। ভিডিঅ’টোত নেতা বিলাৱল ভূট্টোৱে কৈছে “কোনে ৰাতিৰ আন্ধাৰত আক্ৰমণ কৰে? আমি তো তেওঁলোকৰ প্ৰধানমন্ত্ৰীৰ সমুখতে আমাৰ প্ৰপোগাণ্ডা কোৱাব পাৰোঁ।” Facebook Link Archived Link Facebook Link Archived […]
Continue Reading