২০২৩ বৰ্ষৰ ভূগোল বিষয়ৰ প্ৰশ্নকাকত ফাদিল হোৱা নাই।
২০২৩ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰশ্নকাকত ফাদিলৰ ঘটনাই সমগ্ৰ অসমতে তোলপাৰ লগোৱাৰ সময়তে শেহতীয়াকৈ ভূগোল বিষয়ৰ প্ৰশ্নকাকত ফাদিল হোৱা বুলিও চ’চিয়েল মেডিয়াত বিভিন্ন পোষ্ট ভাইৰেল হোৱা দেখা গৈছে। ভূগোল বিষয়ৰ প্ৰশ্নকাকতৰ প্ৰথম পৃষ্ঠাৰ এখন ফটো চ’চিয়েল মেডিয়াত ভাইৰেল হোৱা দেখা গৈছে। Facebook Link | Archived Link Facebook Link | Archived Link Facebook Link | Archived […]
Continue Reading