ইজৰাইলী সৈন্যই এইদৰে আঁঠুৰে হেচি ধৰি পেলেষ্টাইনৰ শিশুক হত্যা কৰিছে নেকি? জানক সত্যটো।    

কিছুদিন পূৰ্বে হামাছৰ সন্ত্ৰাসবাদীয়ে ইজৰাইলত অনুপ্ৰৱেশ কৰি নাগৰিক আৰু সেনা জোৱানক হত্যা কৰিছিল। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে ইজৰাইলে গাজা ষ্ট্ৰিপক ৰকেটেৰে প্ৰতিহত কৰি অঞ্চলটোৰ বহু আন্তঃগাঁথনি ধ্বংস কৰি পেলায়। এই পটভূমিতে এজন সৈনিকে এজন মানুহৰ ডিঙিত আঁঠু বেঁকা কৰি হেচি ধৰাৰ বাবে ভুক্তভোগীৰ নাকৰ পৰা তেজ ওলোৱা দেখা পোৱা এখন ফটো এখন ছ’চিয়েল মিডিয়াত ব্যাপকভাৱে প্ৰচাৰিত […]

Continue Reading

এই ভিডিঅ’টোৰ ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত বৰ্তমান চলি থকা যুদ্ধৰ লগত কোনো সম্পৰ্ক নাই।

ইজৰাইল-হামাছৰ সংঘাত অব্যাহত থকাৰ সময়তে এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে য’ত পেলেষ্টাইনীসকলে ভুৱা অন্ত্যেষ্টিক্ৰিয়া চলোৱাৰ ফুটেজ বুলি দাবী কৰিছে। ভিডিঅ’টোত দেখা গৈছে যে ইজৰাইলী বিমান আক্ৰমণৰ বলি হোৱা এজন সৰু ল’ৰাৰ “মৃতদেহ” কঢ়িয়াই লৈ ফুৰিছে এদল যুৱকে। কিন্তু শেষত এয়াৰ ৰেইডৰ চাইৰেন বজোৱাৰ লগে লগে ষ্ট্ৰেচাৰখন পেলাই “মৃতদেহ”টো এৰি থৈ যায়, কিন্তু তাৰ পিছত নিৰ্জীৱ […]

Continue Reading

আইছিছে ছিৰিয়াত ধ্বংস কৰা মছজিদৰ ভিডিঅ’ পেলেষ্টাইনত ইজৰাইলে কৰা আক্ৰমণ বুলি ভাইৰেল।  

অতি শেহতীয়া ইজৰাইল-পেলেষ্টাইনৰ যুদ্ধখনৰ পৰিপ্ৰেক্ষিতত সামাজিক মাধ্যমত এই যুদ্ধকেন্দ্ৰীক বিভিন্ন ফটো, ভিডিঅ’ ভাইৰেল হৈছে। কিছুমান সঁচা, কিছুমান মিছা, কিছুমান সংগতিহীন। তেনেকুৱা এটা ভিডিঅ’ অসমৰ বহুলোকৰ হোৱাটছএপত ভাইৰেল হৈছে। ভিডিঅ’টোত দেখা গৈছে যে মছজিদত নামাজ পঢ়ি থকাৰ সময়তে এক বিস্ফোৰণ হয়। ভিডিঅ’টোত দাবী কৰা হৈছে যে পেলেষ্টাইনৰ এই মছজিদটো বৰ্তমানৰ যুদ্ধৰ সময়ত ইজৰাইলীসকলে ধ্বংস কৰিছে । […]

Continue Reading