মহাৰাষ্ট্ৰৰ ধৰ্মীয় শোভাযাত্ৰাৰ ভিডিঅ’ ৰাহুল গান্ধীৰ ভোট অধিকাৰ যাত্ৰা বুলি মিছাকৈ প্ৰচাৰ। 

২০ আগষ্ট ২০২৫ত অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে সেয়া ৰাহুল গান্ধীয়ে শেহতীয়াকৈ  বিহাৰত উলিওৱা ভোট অধিকাৰ যাত্ৰাৰ সময়ৰ। Facebook Link Archived Link  কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।  সত্যতা নিৰূপণ পদ্ধতি অনুসন্ধানৰ বাবে আমি ভিডিঅ’টোৰ স্ক্ৰীণশ্বটৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। […]

Continue Reading