এই ভিডিঅ’টোৰ ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা শেহতীয়া খেলৰ লগত কোনো সম্পৰ্ক নাই।
বিশ্বকাপ ক্ৰিকেটত যোৱা ১৪ অক্টোবৰত ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা খেলত ভাৰত সাত উইকেটত জয়ী হয়। ইয়াৰ পিছতে বিভিন্ন ভিডিঅ’ চ’চিয়েল মেডিয়াত ভাইৰেল হৈ পৰিছে। এজন ব্যক্তিয়ে টিভি ভাঙি পেলোৱা এক দৃশ্য চ’চিয়েল মেডিয়াত ভাইৰেল হৈছে এই দাবীৰে যে পাকিস্তানী ক্ৰিকেট প্ৰেমীয়ে ভাৰতৰ হাতত পাকিস্তান পৰাজিত হোৱাৰ পিছত খঙতে টিভি ভাঙি পেলাইছিল। ফেচবুকত পোৱা পোষ্টটোৰ […]
Continue Reading