পাকিস্তানৰ নুৰ খান এয়াৰবেচৰ সমুখত ২০২৩ত হোৱা দুৰ্ঘটনাৰ দৃশ্য অপাৰেচন সিন্দূূৰৰ বুলি প্ৰচাৰ।

শেহতীয়াকৈ যোৱা ৬ মে’ৰ মাজৰাতি ভাৰতৰ তৰফৰ পৰা আৰম্ভ কৰা ‘অপাৰেচন সিন্দূৰ’ৰ পাছতেই বিভিন্ন ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে সেয়া ভাৰতে আক্ৰমণ কৰি ধ্বংস কৰি দিয়া এটা এয়াৰবেচৰ দৃশ্য।  Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা […]

Continue Reading

২০১৬ত  ট্ৰাম্পে কৰা এক ভেঙুচালিকে পানীৰ বাবে পাকিস্তানক ঠাট্টা কৰি বুলি প্ৰচাৰ।

শেহতীয়াকৈ অসমৰ একাংশ ফেচবুক ব্যৱহাৰকাৰীয়ে এটা বিশেষ ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে ভাৰতে সিন্ধু নদীৰ পানী বন্ধ কৰা কাৰ্যক সমৰ্থন কৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে পাকিস্তানক ইতিকিং কৰিছে ‘Help, Help, I Need Water’ বুলি।  Facebook Link Archived Link Facebook Link Archived Link Facebook Link Archived Link Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? […]

Continue Reading

দিল্লীত ইভিএমৰ বিৰুদ্ধে চলা পুৰণি আন্দোলনৰ এটা ভিডিঅ’ মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ সৈতে সংযোগ কৰি বিভ্ৰান্তিকৰ দাবীৰে শ্বেয়াৰ কৰা হৈছে। 

শেহতীয়াভাবে অসমৰ হোৱাটছএপ ব্যৱহাৰকাৰীৰ মাজত এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে। কোনো এক স্থানৰ প্ৰতিবাদৰ ভিডিঅ’ মহাৰাষ্ট্ৰত অলপতে হৈ যোৱা নিৰ্বাচনত ব্যৱহৃত ইভিএমৰ বিৰুদ্ধে ৰাইজে উলিওৱা প্ৰতিবাদ বুলি দাবী কৰি সেই ভিডিঅ’টো প্ৰচাৰ কৰা হৈছে। আমালৈয়ো সেই ভিডিঅ’টো আহি পৰিছে।    Archived Link  কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ […]

Continue Reading