এই ভিডিঅ’টো অযোধ্যাৰ ৰাম মন্দিৰৰ নহয়।

ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ পিছত এক বিশেষ ভিডিঅ’ চ’চিয়েল মেডিয়াত ভাইৰেল হোৱা দেখা গৈছে। ভিডিঅ’টোত এটা বিশাল মন্দিৰৰ আকাশৰপৰা তোলা দৃশ্য দেখা গৈছে আৰু দাবী কৰা হৈছে যে সেয়া অযোধ্যাৰ ৰাম মন্দিৰৰ দৃশ্য। তেনে এটা ভিডিঅ’ আমি ফেচবুকতো পালোঁ। https://www.facebook.com/reel/1323810654970841 Facebook Link | Archived Link আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। […]

Continue Reading