মহাকুম্ভ মেলাত নিজৰ ধুনীয়া চকুজুৰিৰে বিখ্যাত হৈ পৰা মনালিছাক সাংবাদিকতাৰ চাকৰি দিয়া বুলি মিছাকৈ প্ৰচাৰ কৰা হৈছে।
শেহতীয়াভাৱে যোৱা ২৪ জানুৱাৰী ২০২৫ত অসমৰ এটা ফেচবুক পেজে এটা পোষ্ট কৰি দাবী কৰিছে যে মহাকুম্ভ মেলাত নিজৰ ধুনীয়া চকুজুৰিৰ বাবে বিখ্যাত হৈ পৰা মালা বিক্ৰেতা যুৱতী মনালিছা ভোছলেক ছি নিউজ নামৰ সংবাদ প্ৰতিষ্ঠানে সাংবাদিক হিচাপে নিযুক্তি দিছে। লগতে কোৱা হৈছে যে তেওঁক দেৱীৰূপে সকলো অনুষ্ঠানতে প্ৰক্ষেপ কৰিব ছি নিউজে। মনালিছাৰ ফটো এখন আপলোড কৰি […]
Continue Reading