এয়া এপষ্টিন ফাইলচ মুকলি হোৱাৰ পূৰ্বৰে দৃশ্য। এপষ্টিন ফাইলচৰ সৈতে সম্পৰ্ক নাই।    

শেহতীয়াকৈ অসমৰ এটা ফেচবুক পেজত এটা পোষ্ট কৰা হৈছে। পোষ্টটোত এটা ভিডিঅ’ আপলোড কৰি লিখিছে- এবষ্টিন ফাইলক লৈ নিউয়ৰ্কৰ ট্ৰাম্প টাৱাৰ ঘেৰাও লক্ষাধীক মানুহৰ। এইদৰেই সেই ভিডিঅ’টো এপষ্টিন ফাইলচ মুকলি হোৱাৰ পাছত জনতাই ট্ৰাম্প টাৱাৰ ঘেৰাও কৰা বুলি দাবী কৰা হৈছে। Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা […]

Continue Reading

এয়া নিউয়ৰ্কৰ শৰণাৰ্থী মুছলমানে কৰা সংঘৰ্ষৰ ভিডিঅ’ নহয়।

শেহতীয়াকৈ দেশত চলি থকা সাম্প্ৰদায়িক সংঘৰ্ষ আৰু হিংসাত্মক ঘটনা সন্দৰ্ভত ইণ্টাৰনেটত বহু ভিডিঅ’ ভাইৰেল হৈ পৰিছে। ইফালে আমেৰিকাৰ পৰা এটা ভিডিঅ’ পোহৰলৈ আহিছে। তাত ৰাস্তাত বহু মানুহ গোট খোৱা দেখা গৈছে। পুলিচৰ ওপৰত বটল আৰু আন বহুতো বস্তু দলিয়াই দিয়াও দেখা গৈছে। এই লোকসকল আমেৰিকাৰ নিউয়ৰ্কত সংঘৰ্ষ কৰা মুছলমান শৰণাৰ্থী বুলি দাবী কৰা হৈছে। ভাইৰেল […]

Continue Reading