বাৰানসী-নতুন দিল্লী বন্দে ভাৰত এক্সপ্ৰেছৰ দৃশ্য শিলিগুৰি-গুৱাহাটী বন্দে ভাৰতৰ বুলি বিভ্ৰান্তিকৰভাবে প্ৰচাৰ।
শেহতীয়াভাৱে অসমৰ এক সংবাদ প্ৰতিষ্ঠানে নিজৰ ফেচবুক পেজত এটা বাতৰি পৰিবেশন কৰি তাত এটা ভিডিঅ’ ব্যৱহাৰ কৰিছে। বাতৰিটোত সেয়া শিলিগুৰি-গুৱাহাটী বন্দে ভাৰত এক্সপ্ৰেছৰ.দৃশ্য বুলি দাবী কৰা হৈছে। দৃশ্যটোত এখন ৰেলৰ ভিতৰৰ ডবা এটাত ওপৰৰ পৰা পানী পৰি থকা দেখা গৈছে। Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন […]
Continue Reading