ভূপালৰ তৃতীয় আৰু চতুৰ্থ বেগম নবাব বেগম ছাহ-জাহান আৰু বেগম চুলতান জাহানৰ ফটোকে বাদশ্বাহ ছাহজাহানৰ পত্নী মমতাজৰ ফটো বুলি ভাইৰেল কৰা হৈছে।
শেহতীয়াকৈ অসমৰ একাংশ ফেচবুক ব্যৱহাৰকাৰীয়ে দুখনকৈ ফটো একেলগে আপলোড কৰি সেয়া মোগল বাদশ্বাহ ছাহজাহানৰ পত্নী মমতাজ বুলি দাবী কৰিছিল। পোষ্টবোৰত দুখন ভিন্ন ফটো দেখা গৈছে। ভিন ভিন কেপছনেৰে ব্যৱহাৰকাৰীসকলে সেয়া মমতাজ, যাৰ স্মৃতিত ছাহজাহানে তাজমহল নিৰ্মাণ কৰিছিল, বুলি দাবী কৰা আমাৰ দৃষ্টিগোচৰ হৈছে। Facebook Link Archived Link Facebook Link Archived Link Facebook Link Archived Link […]
Continue Reading