বাংলাদেশত পতাকা বিক্ৰেতাক পৰা প্ৰহাৰৰ ভিডিঅ’ পশ্চিমবংগৰ বুলি মিছাকৈ প্ৰচাৰ।
শেহতীয়াকৈ অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি সেইটো পশ্চিমবংগৰ বুলি দাবী কৰিছে। ভিডিঅ’টোত এগৰাকী সেনা জোৱানে বাংলাদেশৰ পতাকা বিক্ৰী কৰা লোক এজনক প্ৰহাৰ কৰা দেখা গৈছে। অসমৰ ফেচবুক পোষ্টটোত পশ্চিমবংগত বাংলাদেশৰ পতাকা বিক্ৰী কৰোত এজনক ভাৰতীয়া সেনাৰ জোৱানে প্ৰহাৰ কৰা বুলি দাবী কৰিছে। Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট […]
Continue Reading