২০১৭চনৰ চীনৰ দৃশ্য নগাঁৱৰ ননৈৰ বাঘৰ আক্ৰমণ বুলি মিছাকৈ ভাইৰেল কৰা হৈছে? 

দুদিন পূৰ্বে অসমৰ নগাঁও জিলাৰ ননৈ নামৰ ঠাইখনত বাঘৰ আক্ৰমণত এজন লোকৰ মৃত্যুৰ খবৰে ৰাজ্যখনক জোকাৰি গৈছিল। প্ৰতিটো সংবাদ মাধ্যমে সেই বাতৰি কৰিছিল। কিন্তু তাৰে মাজতে সামাজিক মাধ্যমত এটা বিশেষ ভিডিঅ’ প্ৰচাৰ কৰা হৈছিল আৰু দাবী কৰা হৈছিল যে ননৈৰ সেই বাঘৰ আক্ৰমণৰ ঘটনাৰ ভিডিঅ’ সেইটো। ভিডিঅ’টোত দেখা গৈছে যে এগৰাকী নীলা চোলা পৰিহিত লোক […]

Continue Reading