অভিনেতা নানা পাটেকাৰে বাগেশ্বৰ ধামত আধ্যাত্মিক ভাষণ দিছেনে? সত্যটো কি?

শেহতীয়াভাৱে বলীউডৰ যশস্বী অভিনেতা নানা পাটেকাৰৰ ১ মিনিট ৪৬ ছেকেণ্ডৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। য’ত তেওঁ মঞ্চত ভাষণ দিয়া দেখা গৈছে। তেওঁ ভাষণত কৈছে তেওঁৰ ঈশ্বৰ ভক্তি আৰু মানুহৰ লগত তেওঁৰ সম্পৰ্ক আদিৰ বিষয়ত । এই ভিডিঅ’টো বাগেশ্বৰ ধামৰ বুলি দাবী কৰি ফেচবুক ব্যৱহাৰকাৰীয়ে ভাইৰেল কৰিছে। দাবী কৰা হৈছে যে অলপতে নানা […]

Continue Reading