এমাজনৰ মিষ্ট্ৰীবক্স উপহাৰৰ ভাইৰেল লিংকটো ভুৱা। ইয়াৰ কোনো সত্যতা নাই।
শেহতীয়াভাবে অসমৰ হোৱাটছএপত এটা বিশেষ লিংক ফৰৱাৰ্ড কৰি দাবী কৰা হৈছে যে ই-কমাৰ্ছ প্ৰতিস্থান এমেজনে মিষ্ট্ৰী বক্স নামৰ এক বিশেষ সুবিধা প্ৰদান কৰিছে। আমাৰ ওচৰলৈয়ো সেই লিংকটো আহিল। Archived Link কিন্তু এই দাবী সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। সত্যতা নিৰূপণ পদ্ধতি অনুসন্ধানৰ আৰম্ভনীতে সেই লিংকটোক ক্লিক কৰি […]
Continue Reading