বিহাৰৰ পুৰণি ভিডিঅ’ ৰাম নৱমীৰ সমদলৰ সময়ত শিলগুটি নিক্ষেপ কৰা লোকৰ ওপৰত পুলিচে লাঠীচালনা কৰা বুলি ভাইৰেল।
শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত পুলিচে কুৰ্তা-পায়জামা আৰু মুছলমান টুপী পৰিহিত এদল লোকৰ ওপৰত লাঠীচালনা কৰা দেখা গৈছে। ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে দাবী কৰিছে যে ৰাম নৱমীৰ সমদলৰ সময়ত এইসকল লোকে শিলগুটি নিক্ষেপ কৰিছিল আৰু সেয়েহে পুলিচে এইদৰে তেওঁলোকৰ ওপৰত লাঠীচালনা কৰিছে। Facebook Link | Archived Link আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই […]
Continue Reading