আয়াৰলেণ্ডৰ পুলিচে পেলেষ্টাইন-সমৰ্থকৰ ওপৰত পেপাৰ স্প্ৰে’ ব্যৱহাৰ কৰা পুৰণি ভিডিঅ’ অষ্ট্ৰেলিয়াৰ শেহতীয়া গুলীচালনাৰ ঘটনাৰ পাছৰ বুলি ভাইৰেল।
যোৱা ১৪ ডিচেম্বৰত অষ্ট্ৰেলিয়াৰ ছিডনীৰ “ব’ণ্ডি বীছ”ত (Bondi Beach) দুজন আততায়ীয়ে নিৰ্বিচাৰে গুলীচালনা কৰাৰ ফলত ১৫ জন লোকৰ মৃত্যু হৈছিল। ইহুদী ধৰ্মৰ হানুক্কা উৎসৱ উদযাপনত অংশগ্ৰহণ কৰা লোকসকলৰ ওপৰত আক্ৰমণ কৰা আততায়ী দুজন পিতৃ-পুত্ৰ বুলি চিনাক্ত কৰা হৈছে। পিতৃজন পুলিচৰ গুলীত নিহত হয় আৰু পুত্ৰজন সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে। পিতৃজনৰ নাম ছাজিদ আক্ৰাম আৰু […]
Continue Reading
