ভূপালৰ তৃতীয় আৰু চতুৰ্থ বেগম নবাব বেগম ছাহ-জাহান আৰু বেগম চুলতান জাহানৰ ফটোকে বাদশ্বাহ ছাহজাহানৰ পত্নী মমতাজৰ ফটো বুলি ভাইৰেল কৰা হৈছে।

শেহতীয়াকৈ অসমৰ একাংশ ফেচবুক ব্যৱহাৰকাৰীয়ে দুখনকৈ ফটো একেলগে আপলোড কৰি সেয়া মোগল বাদশ্বাহ ছাহজাহানৰ পত্নী মমতাজ বুলি দাবী কৰিছিল। পোষ্টবোৰত দুখন ভিন্ন ফটো দেখা গৈছে। ভিন ভিন কেপছনেৰে ব্যৱহাৰকাৰীসকলে সেয়া মমতাজ, যাৰ স্মৃতিত ছাহজাহানে তাজমহল নিৰ্মাণ কৰিছিল, বুলি দাবী কৰা আমাৰ দৃষ্টিগোচৰ হৈছে।  Facebook Link Archived Link Facebook Link Archived Link Facebook Link Archived Link […]

Continue Reading

এই মহিলাগৰাকী সম্ৰাট শ্বাহজাহানৰ পত্নী মমতাজ নহয়।

শেহতীয়াকৈ ৰজাঘৰীয়া সাজ-পোছাক পৰিহিত এগৰাকী ভদ্ৰমহিলাৰ ছবি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। দাবী কৰা হৈছে যে তেওঁ শ্বাহজাহানৰ পত্নী মমতাজ মহল যাৰ বাবে সম্ৰাটে তাজমহল নিৰ্মাণ কৰিছিল। একেখন ফটো আমাৰ হোৱাটচ‌এপ নম্বৰলৈও ফ’ৰৱাৰ্ড কৰা হৈছিল। Archived Link আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। সত্যতা নিৰূপণ পদ্ধতি গুগল ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰি […]

Continue Reading