পুৰণি ভিডিঅ’ মুম্বাইৰ শেহতীয়া বান পৰিস্থিতিৰ দৃশ্য বুলি ভাইৰেল।

যোৱা চাৰি-পাঁচদিন ধৰি মুম্বাইত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত মুম্বাইৰ বিভিন্ন স্থানত বানপানীৰ সমস্যাই দেখা দিছে। ভাৰতীয় বতৰ বিজ্ঞান প্ৰতিষ্ঠানে মুম্বাইত অ’ৰেঞ্জ এলাৰ্ট জাৰি কৰিছে। এই পৰিপ্ৰেক্ষিতত গেটৱে অৱ ইণ্ডিয়াৰ চাৰিওফাল প্লাৱিত হোৱাৰ দৃশ্য ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত। ভিডিঅ’টোত সাগৰৰ বিশাল ঢৌৱে গেটৱে অৱ ইণ্ডিয়াথ খুন্দিওৱা দেখা গৈছে। দাবী কৰা হৈছে যে সেয়া মুম্বাইৰ শেহতীয়া পৰিস্থিতিৰ […]

Continue Reading