আলজেৰিয়াৰ এটা ফুটবল ক্লাৱৰ প্ৰতিষ্ঠা দিৱস উদযাপনৰ দৃশ্যকে ইজৰাইলৰ ইৰাণ আক্ৰমণৰ দৃশ্য বুলি দাবী।
শেহতীয়াকৈ অসমৰ এটা ফেচবুক পেজত এটা ভিডিঅ’ আপলোড কৰি সেয়া ইজৰাইলে ইৰাণৰ ওপৰত চলোৱা আক্ৰমণৰ দৃশ্য বুলি দাবী কৰা হৈছে। লিখিছে- ইজৰাইলৰ প্ৰতিশোধ! ইৰাণৰ ওপৰত চলোৱা এই আক্ৰমণে তৃতীয় বিশ্বযুদ্ধৰ আগজাননী দিছে নেকি? আপোনাৰ মতামত কমেন্টত জনাওক। Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ […]
Continue Reading
