মধ্যপ্ৰদেশ আৰু মহাৰাষ্ট্ৰৰ দুটা ভিন্ন ঘটনাৰ দৃশ্যক একেলগ কৰি উত্তৰ প্ৰদেশৰ ঘটনা বুলি মিছা দাবীৰে প্ৰচাৰ কৰা হৈছে।

শেহতীয়াভাবে অসমৰ ফেচবুকত এগৰকী ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে সেই ভিডিঅ’টো উত্তৰ প্ৰদেশৰ। ভিডিঅ’টোত দুটা ভিন্ন দৃশ্য দেখা গৈছে। এটা দৃশ্যত এজন যুৱকক হাতত বান্ধি কোবাই কোবাই ৰাজপথেৰে লৈ গৈ আছে আৰক্ষীৰ লোকে আৰু আনটো দৃশ্যত দেখা গৈছে যে বাইকত অহা যুৱক এজনে যুৱতীগৰাকীমানৰ সৈতে অশালীন আচৰণ কৰি উধাও হৈছে। ভিডিঅ’টোৰে দাবী […]

Continue Reading

অন্ধ্ৰ প্ৰদেশৰ ৭ বছৰ পুৰণি ঘটনাকে মণিপুৰৰ শেহতীয়া নাৰী নিৰ্যাতনৰ ঘটনা বুলি দাবী কৰি ভাইৰেল কৰা হৈছে।

শেহতীয়াকৈ এগৰাকী যুৱতীক এজন যুৱকে যৌন নিৰ্যাতন চলোৱা এটা ভিডিঅ’ অসমৰ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। ঘটনাটো মণিপুৰৰ শেহতীয়া ঘটনা বুলি দাবী কৰা হৈছে। আমাৰ ফেক্টলাইন নম্বৰ 9049053770লৈয়ো সেইটো দাবীৰে ভিডিঅ’টো প্ৰেৰণ কৰা হৈছে।  ফটো Archived Link কিন্তু এই দাবী সত্য হয়নে?  আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।  সত্যতা নিৰূপণ […]

Continue Reading