মোদীক অৱহেলা কৰি অপমান কৰা দাবীটো সত্য নহয়।

শেহতীয়াকৈ অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে অৱহেলা কৰি অপমান কৰিছে। দেখা গৈছে যে মেক্ৰমে বিভিন্ন ৰাষ্ট্ৰৰ শীৰ্ষস্থানৰ নেতাৰ সৈতে কৰমৰ্দন কৰিছে আৰু মোদীক কৰা নাই।  Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ […]

Continue Reading

জেফ্ৰী এপষ্টিনৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ এই ফটোখন মিছা।    

শেহতীয়াকৈ অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এখন ফটো আপলোড কৰি এটা পোষ্ট দিয়া দেখা গৈছে। পোষ্টটোৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লক্ষ্য কৰি লোৱা হৈছে। ফটোখনত দেখা গৈছে যে কুখ্যাত জেফ্ৰী এপষ্টিন আৰু এগৰাকী যুৱতীৰ সৈতে মোদী থিয় হৈ আছে। ফটোখনেৰে সেয়া এপষ্টিন ফাইলত মোদীৰ নাম অহা কথাটো বুজাবলৈ চেষ্টা কৰা হৈছে।    Facebook Link কিন্তু দাবীটো সত্য […]

Continue Reading

চীনৰ ৰাষ্ট্ৰপতিয়ে প্ৰকৃততে মোদীক আওকান কৰা নাছিল।    

যোৱা ৩১ আগষ্ট ২০২৫ত অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক চীনৰ ৰাষ্ট্ৰপতি জিনপিঙে উচিত সন্মান প্ৰদান নকৰিলে। ভিডিঅ’টোত দেখা যায় যে মোদীয়ে আগুৱাই আহি নিজৰ সোঁহাতখন আগুৱাই দিছে আৰু চীনৰ ৰাষ্ট্ৰপতি জিনপিঙে কৰমৰ্দন নকৰি আওকান কৰিছে। চীনত শেহতীয়াকৈ হৈ যোৱা SCO Summitৰ সময়ত এই দৃশ্যটো আপলোড […]

Continue Reading

২০২২চনৰ তেলেংগানাৰ দৃশ্যকে বিহাৰৰ শেহতীয়া দৃশ্য বুলি মিছাকৈ প্ৰচাৰ। 

২৫ আগষ্ট ২০২৫ত অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি সেয়া বিহাৰত বিজেপি সদস্যৰ ওপৰত শেহতীয়া আক্ৰমণৰ ঘটনা বুলি দাবী কৰিছে।    Facebook Link Archived Link  কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।  সত্যতা নিৰূপণ পদ্ধতি অনুসন্ধানৰ বাবে আমি সেই ভিডিঅ’টোৰ স্ক্ৰীণশ্বটৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি চালোঁ। […]

Continue Reading

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে গুৰু গোবিন্দ সিঙৰ পাঞ্জ প্যাৰেৰ এজন তেওঁৰ খুৰাক বুলি কৈছিল নেকি?

শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ এটা ভিডিঅ’ ক্লিপ ভাইৰেল হৈছে এই দাবীৰে যে গুৰু গোবিন্দ সিঙৰ পাঞ্জ প্যাৰেৰ এজন প্ৰধানমন্ত্ৰী মোডীৰ খুৰাক আছিল বুলি তেওঁ কৈছিল। এই ভিডিঅ’টো আমাৰ হোৱাটচ‌এপ নম্বৰলৈও (৯০৪৯০৫৩৭৭০) ফ’ৰৱাৰ্ড কৰা হৈছিল সত্যতা নিৰূপণৰ বাবে। Archived Link  আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। সত্যতা নিৰূপণ পদ্ধতি  আমি ভাইৰেল ভিডিঅ’টোৰ […]

Continue Reading

২০২৪ চনৰ ৪ জুনৰ পাছত নৰেন্দ্ৰ মোদী ভাৰতৰ প্ৰধানমন্ত্ৰী হৈ থাকিব বুলি ৰাহুল গান্ধীয়ে কোৱা নাছিল। ভিডিঅ’টো সম্পাদনা কৰা হৈছে।

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ৰাহুল গান্ধীৰ এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত ৰাহুল গান্ধীয়ে এইদৰে কোৱা শুনা যায়,”২০২৪ ৰ ৪ জুনত নৰেন্দ্ৰ মোদী ভাৰতৰ প্ৰধানমন্ত্ৰী হৈ থাকিব” (२०२४, ४ जून, नरेंद्र मोदी हिंदुस्तान के प्रधानमंत्री रहेंगे)। ফেচবুকত ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে,”ইমান সচা কথা কোৱা মানুহ এই পৃথিৱীত দ্বিতীয় এজন নাই ।” Facebook Link | Archived […]

Continue Reading

আমেৰিকাৰ পুৰণি ভিডিঅ’ কৃষক আন্দোলনৰ বুলি ভাইৰেল হৈছে।

কৃষকৰ আন্দোলন সন্দৰ্ভত ছ’চিয়েল মিডিয়াত বহু পোষ্ট ভাইৰেল হৈ আছে। ইয়াৰ উপৰিও ব্যৱহাৰকাৰীসকলে মোডী চৰকাৰক লক্ষ্য কৰি লৈছে। ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ শ্বেয়াৰ কৰা হৈছে, য’ত ট্ৰেক্টৰৰ সন্মুখত প্ৰধানমন্ত্ৰী মোদীৰ পুতলা বান্ধি দিয়া হৈছে আৰু তাৰ লগত চেন্দেলৰ মালা সংলগ্ন কৰা হৈছে যাৰ লগতে লিখা আছে ‘এজেণ্ট অৱ আৰ এছ এছ’। এই ভিডিঅ’টো বৰ্তমানৰ কৃষক […]

Continue Reading

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংৰক্ষণৰ বিৰুদ্ধে মন্তব্য কৰিছে নেকি?

শেহতীয়াকৈ বাজেট অধিবেশনৰ এটা ভিডিঅ’ ক্লিপ ছ’চিয়েল প্লেটফৰ্মত ব্যাপকভাৱে শ্বেয়াৰ কৰা হৈছে। য’ত প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁ যিকোনো সংৰক্ষণৰ বিৰোধী বুলি কোৱা শুনা গৈছে। তেওঁ কৈছে যে মই কোনো ধৰণৰ সংৰক্ষণ ভাল নাপাওঁ, আৰু বিশেষকৈ চাকৰিত সংৰক্ষণ ভাল নাপাওঁ। অদক্ষতাক প্ৰসাৰিত কৰা যিকোনো পদক্ষেপৰ মই বিৰোধী। ফেচবুক ৰিলছত প্ৰচাৰিত এই ভিডিঅ’ ক্লিপটো ব্যৱহাৰকাৰীসকলে ইয়াক সঁচা বুলি […]

Continue Reading

এইবাৰৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে ৪০০ পাৰ কৰিব বুলি মল্লিকাৰ্জুন খৰ্গেয়ে সঁচাকৈয়ে কৈছিল নেকি?

ভাৰতত ১৮ সংখ্যক লোকসভাৰ নিৰ্বাচন ২০২৪ চনৰ এপ্ৰিলৰ পৰা মে’ৰ ভিতৰত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। ৰাজনৈতিক দলসমূহ সেই প্ৰস্তুতিত ব্যস্ত হৈ পৰিছে। ইফালে বিৰোধী নেতা তথা কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ এটা ভিডিঅ’ চ’চিয়েল মেডিয়াত দ্ৰুতগতিত শ্বেয়াৰ কৰা হৈছে, য’ত তেওঁ সদনত ভাষণ দিয়া দেখা গৈছে। এই ভিডিঅ’ ক্লিপটো শ্বেয়াৰ কৰাৰ সময়ত দাবী কৰা হৈছে যে […]

Continue Reading

অশোক গেহলটৰ ৰেলীত জনতাই মোদী-মোদী শ্লোগান দিছিল নেকি?

নিৰ্বাচনী পৰিৱেশত অশোক গেহলটৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত দ্ৰুতগতিত শ্বেয়াৰ কৰা হৈছে। ভিডিঅ’টোৰ পটভূমিত শুনা গৈছে মোডীক সমৰ্থন কৰা শ্ল’গান। শ্লোগানৰ মাজতে অশোক গেহলটৰ লগতে তেওঁৰ লগত থিয় হৈ থকা এজন ব্যক্তিয়ে জনসাধাৰণক শান্ত কৰোৱা দেখা গৈছে। ভাইৰেল ভিডিঅ’টোৰ লগতে ব্যৱহাৰকাৰীয়ে দাবী কৰিছে যে ৰাজস্থানত মুখ্যমন্ত্ৰী অশোক গেহলটৰ ৰেলীত মোদী-মোদী শ্লোগান উত্থাপন কৰা হৈছিল। ফেচবুকত […]

Continue Reading