Arma3 নামৰ চিমুলেছন গেমৰ দৃশ্যকে ভাৰতে পাকিস্তানক কৰা আক্ৰমণৰ দৃশ্য বুলি প্ৰচাৰ।

শেহতীয়াকৈ যোৱা ৬ মে’ৰ মাজৰাতি ভাৰতৰ তৰফৰ পৰা আৰম্ভ কৰা ‘অপাৰেচন সিন্দূৰ’ৰ পাছতেই বিভিন্ন ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ বিভিন্ন কেপচনেৰে আপলোড কৰি দাবী কৰিছে যে সেয়া ভাৰতে পাকিস্তানৰ ওপৰত চলোৱা আক্ৰমণৰ দৃশ্য। Facebook Link Archived Link Facebook Link Archived Link Facebook Link Archived Link Facebook Link Archived […]

Continue Reading

ইজৰাইলৰ পুৰণি ভিডিঅ’কে ভাৰতৰ অমৃতচৰত সেনাৰ কুচকাৱাজ বুলি প্ৰচাৰ। 

শেহতীয়াকৈ যোৱা ৬ মে’ৰ মাজৰাতি ভাৰতৰ তৰফৰ পৰা আৰম্ভ কৰা ‘অপাৰেচন সিন্দূৰ’ৰ পাছতেই বিভিন্ন ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে সেয়া হৈছে ভাৰতীয় সেনাবাহিনীয়ে পাকিস্তানৰ বিৰুদ্ধে অমৃতচৰত কৰা সামৰিক কুচকাৱাজৰ দৃশ্য। Facebook Link Archived Link Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি […]

Continue Reading

গাজাৰ ওপৰত ইজৰাইলে কৰা আক্ৰমণৰ দৃশ্য পাকিস্তানৰ বুলি মিছাকৈ প্ৰচাৰ। 

শেহতীয়াকৈ যোৱা ৬ মে’ৰ মাজৰাতি ভাৰতৰ তৰফৰ পৰা আৰম্ভ কৰা ‘অপাৰেচন সিন্দূৰ’ৰ পাছতেই বিভিন্ন ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে সেয়া হৈছে ভাৰতে পাকিস্তানৰ ওপৰত মিছাইলেৰে আক্ৰমণ কৰাৰ সময়ৰ দৃশ্য। Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা […]

Continue Reading

২০২৩চনত গাজাত এখন হস্পিতালৰ ওপৰত চলা আক্ৰমণৰ দৃশ্য অপাৰেচন সিন্দূৰ বুলি প্ৰচাৰ।

শেহতীয়াকৈ ৬ মে’ৰ মাজৰাতি ভাৰতৰ তৰফৰ পৰা আৰম্ভ কৰা ‘অপাৰেচন সিন্দূৰ’ৰ পাছতেই বিভিন্ন ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেইল হৈ পৰিছে। অসমৰ এগৰাকীমান ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে সেয়া ভাৰতে পাকিস্তানৰ ওপৰত চলোৱা অপাৰেচন সিন্দূৰ’ৰ দৃশ্য। Facebook Link Archived Link Facebook Link Archived Link Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি […]

Continue Reading

২০২৩চনত গাজাৰ ওপৰত চলা আক্ৰমণৰ দৃশ্যকে ‘অপাৰেচন সিন্দূৰ’ৰ দৃশ্য বুলি প্ৰচাৰ।

শেহতীয়াকৈ ৬ মে’ৰ মাজৰাতি ভাৰতৰ তৰফৰ পৰা আৰম্ভ কৰা ‘অপাৰেচন সিন্দূৰ’ৰ পাছতেই বিভিন্ন ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেইল হৈ পৰিছে। অসমৰ এটা সংবাদ প্ৰতিষ্ঠানৰ ফেচবুক পেজত এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে সেয়া ভাৰতে পাকিস্তানৰ ওপৰত চলোৱা অপাৰেচন সিন্দূৰ’ৰ দৃশ্য। Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন […]

Continue Reading

২০২৩ চনৰ অক্টোবাৰৰ ফটো ব্যৱহাৰ কৰি সেয়া ২০২৫ৰ জানুৱাৰীৰ আক্ৰমণৰ ঘটনা বুলি প্ৰচাৰ কৰা হৈছে।  

শেহতীয়াভাৱে  যোৱা ১৭ জানুৱাৰী ২০২৫ত অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এখন ফটো আপলো়ড কৰি সেইখন সেইদিনটোত গাজাত ইজৰাইলে আক্ৰমণ কৰাৰ পাছৰ ফটো বুলি দাবী কৰিছে। পোষ্টটোত লিখিছেঃ- আকৌ এবাৰ গাজাত ইজৰাইলৰ বিমান আক্ৰমণত ৭৩ জন লোকৰ মৃত্যু । ইজৰাইলৰ বায়ুসেনাই বৃহস্পতিবাৰে গাজা ষ্ট্ৰিপত বিমান আক্ৰমণ চলায়। ইজৰাইলৰ বিমান আক্ৰমণত গাজা ষ্ট্ৰিপত মৃত্যু হৈছে কমেও ৭৩জন পেলেষ্টাইনী। […]

Continue Reading