সঁচাকৈয়ে যোগেন্দ্ৰ যাদৱৰ আচল নাম চেলিম খান আৰু তেওঁ মুছলমান লোক নেকি?     

শেহতীয়াভাৱে অসমৰ ছোচিয়াল মিডিয়াত এটা ভিডিঅৰ’ কিয়দংশ বিয়পি পৰিছে য’ত দেখা গৈছে আম আদমি পাৰ্টিৰ প্ৰাক্তন নেতা, সামাজিক কৰ্মী, আৰু মনোবিজ্ঞানী যোগেন্দ্ৰ যাদৱৰ সাক্ষাৎকাৰ লৈ থকা হৈছে। ভিডিঅ’ ক্লিপটোত সাক্ষাৎকাৰ লোৱা এংকৰজনে যাদৱক সুধিছে, “মই আপোনাক চেলিম বুলি ক’লে আপোনাৰ কিবা সমস্যা আছে নেকি?” যাৰ উত্তৰত যাদৱে কয়, “নাই, মোৰ শৈশৱৰ বন্ধু-বান্ধৱী আৰু পৰিয়ালে মোক […]

Continue Reading

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে শেহতীয়া অন্তৰ্ৱৰ্তীকালীন বাজেট সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ প্ৰতিক্ৰিয়া অভব্য ধৰণে দিছিল নেকি সঁচাকৈয়ে? 

যোৱা ১ ফেব্ৰুৱাৰী ২০২৪ত দেশৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ২০২৪ চনৰ কেন্দ্ৰীয় বাজেট সংসদত  দাখিল কৰে। লোকসভা নিৰ্বাচনৰ ঠিক আগে আগে এইখন আছিল অন্তৱৰ্তীকালীন বাজেট। এয়া আছিল নিৰ্মলা সীতাৰমনৰ ষষ্ঠ কেন্দ্ৰীয় বাজেট। নিৰ্বাচনৰ পিছত ক্ষমতালৈ অহা নতুন চৰকাৰে দাখিল কৰিব পূৰ্ণাংগ বাজেট। এনে পৰিপ্ৰেক্ষিতত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সংবাদমেলত এগৰাকী সাংবাদিকৰ সৈতে কথা পতাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত […]

Continue Reading

এই ফটোসমুহ ইছৰোই প্ৰেৰণ কৰা আদিত্য এল ১এ লোৱা সূৰ্যৰ ফটো নহয়। এয়া বিভ্ৰান্তিকৰ দাবী।

শেহতীয়াকৈ এটা ফেচবুক পেজৰ পৰা আপলোড কৰা কেইখনমান ফটোৰে সৈতে এটা পোষ্ট অসমৰ ছ’চিয়েল মিডিয়াত ব্যাপক প্ৰচাৰ হোৱা দেখা গৈছে। পোষ্টটোত লিখা হৈছে- ইছৰ’ৰ আদিত্য এল ১ দ্বাৰা তোলা সূৰ্য্যৰ সকলোতকৈ কাষৰ ছবি। সূৰ্য্যৰ এই ৰূপটো বিশ্বই প্ৰথমবাৰৰ বাবে দেখিছে, সেইটোও সম্ভৱ একমাত্ৰ ভাৰত আৰু ইছৰ’ৰ বাবে।  #proudmoment এই প্ৰতিবেদন লিখাৰ পৰলৈকে ১৫৪টা শ্বেয়াৰ হোৱা […]

Continue Reading

ঠাণ্ডাৰ দিনত গৰম পানীৰে গা ধুলে প্ৰজনন ক্ষমতা হ্ৰাস পায় আৰু ৰক্তচাপ বৃদ্ধিৰ লগতে হৃদৰোগো বৃদ্ধি পায় নেকি? সত্যটো কি জানো আহক।

শেহতীয়াকৈ LIVE TIME নামৰ এটা অসমৰ ফেচবুক পেজৰ পৰা এটা ভিডিঅ’ প্ৰচাৰ কৰা হৈছে ঠাণ্ডাৰ দিনত গৰম পানীৰে গা ধোৱাৰ কুফল সন্দৰ্ভত। তাত উল্লেখ কৰা অনুসৰি ঠাণ্ডাৰ দিনত গা ধুলে মানুহৰ বিভিন্ন পাৰ্শ্বক্ৰিয়া হ’ব পাৰে। একাধিক ৰোগ তথা বিসংগতিৰ কথা উল্লেখ কৰি সেই ভিডিঅ’টো প্ৰস্তুত কৰা দেখা গৈছে।  ভিডিঅ’টোত তেওঁলোকে দাবী কৰিছে যে ঠাণ্ডা দিনত […]

Continue Reading

৩১ ডিচেম্বৰৰ পূৰ্বে বায়’মেট্ৰিক আপডেট নকৰিলে সঁচাকৈ ১জানুৱাৰীৰ পৰা গেছৰ চিলিণ্ডাৰ কিনিব নোৱাৰিব নেকি? সত্যটো কি জানো আহক।

শেহতীয়াকৈ অসমত Explore Assam নামৰ এটা ফেচবুক পোষ্টৰ পৰা এটা সংবাদ পৰিবেশন কৰা হৈছে যে অহা ৩১ ডিচেম্বৰৰ পূৰ্বে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ গ্ৰাহকসকলে নিজৰ বায়’মেট্ৰিক আপডেট নকৰিলে আগন্তুক ১ জানুৱাৰীৰ পৰা চিলিণ্ডাৰ কিনিব নোৱাৰিব। সেই বাতৰিৰ ভিডিঅ’টো বহুলভাৱে প্ৰচাৰিত হোৱাত ৰাইজৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি হোৱা দেখা গৈছে।  পেজটোত কোৱা হৈছে ৩১ ডিচেম্বৰৰ আগতে ৰন্ধন গেছ […]

Continue Reading

৫ প্ৰকাৰৰ ব্যক্তিৰ ক্ষেত্ৰত বিলাহীয়ে এইবোৰ স্থিতিত বেমাৰ দুগুণ বৃদ্ধি কৰে নেকি? সত্যটো কি?  

শেহতীয়াকৈ আমি AssamPrime24  নামৰ এটা ফেচবুক পেজত এটা পোষ্ট লাভ কৰিলোঁ, য’ত সুস্থ থাকিব মন যদি এই ৫ প্ৰকাৰৰ ব্যক্তিয়ে ভুলটো নাখাব বিলাহী।দুগুণে বাঢ়িব বেমাৰ!। বুলি কেপছন দি তেওঁলোকৰ  Assam Prime24 নামৰ ৱেবচাইটটোৰ এক প্ৰতিবেদন সংলগ্ন কৰিছে।  Facebook Link। Archived Link ৱেবচাইটৰ লেখাটোত লিখা হৈছে- সুস্থ থাকিব মন যদি এই ৫ প্ৰকাৰৰ ব্যক্তিয়ে ভুলটো নাখাব […]

Continue Reading

ইণ্ডোনেছিয়াৰ মাউণ্ট মেৰাপিৰ আগ্নেয়গিৰি বুলি ২০১৮চনৰে চিনাবুং আগ্নেয়গিৰিৰ দৃশ্য প্ৰচাৰ। 

কেইটামান দিন পূৰ্বে ইণ্ডোনেছিয়াত মেৰাপি আগ্নেয়গিৰিৰ উদ্গিৰণ হৈছিল বুলি এটা খবৰ ওলাইছিল। সেই সময়ত বিভিন্ন ভিডিঅ’ সামাজিক মাধ্যমত বিয়পিছিল। তেনেকুৱা এটা ভিডিঅ’ আমাৰ 24*7 ফেক্টলাইন নম্বৰ 9049053770লৈ প্ৰেৰণ কৰি এগৰাকী ব্যৱহাৰকাৰীয়ে সেই কথাৰ সত্যতা জানিব বিচাৰিছে। ভিডিঅ’টোত দেখা গৈছে অসমৰ এটা সংবাদ মাধ্যমৰ এটা বাতৰি। বাতৰি পৰিবেশকে উল্লেখ কৰিছে যে মাউণ্ট মেৰাপিত আগ্নেয়গিৰি উদ্গিৰণ ঘটিছে। […]

Continue Reading

হৰিদ্বাৰৰ অনাথ আশ্ৰমত এটি শিশুক নিৰ্মম প্ৰহাৰ কৰা বুলি দুমাহ পূৰ্বৰ উত্তৰ প্ৰদেশৰ সীতাপুৰৰ ভিডিঅ’ ভাইৰেল কৰা হৈছে।  

শেহতীয়াভাৱে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এটি শিশুক নিৰ্মমভাৱে প্ৰহাৰ কৰা এটি ভিডিঅ’। ভিডিঅ’টোত এজন যুৱকে এটি শিশুক প্ৰহাৰ কৰা দেখা গৈছে। তাৰে চাৰিওফালে আন কেইটিমান শিশু-কিশোৰ থিয় হৈ থকা দেখা গৈছে। ভিডিঅ’টো শ্বেয়াৰ কৰি এগৰাকী ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে দাবী কৰিছে যে ভাইৰেল ভিডিঅ’টো হৰিদ্বাৰৰ এখন অনাথ আশ্ৰমৰ। ফেচবুকত সেই ভিডিঅ’টো আপলোড কৰি ব্যৱহাৰকাৰীগৰাকীয়ে লিখিছে- […]

Continue Reading

২০১৫চনতে ষ্টান গ্ৰেনেডত আহত সাংবাদিকৰ ফটো শেহতীয়া ইজৰাইল-হামাছ সংঘাতৰ সময়ৰ বুলি শ্বেয়াৰ কৰা হৈছে।   

শেহতীয়াভাৱে মূৰ আৰু মুখত বেণ্ডেজ বান্ধি লাইভ ৰিপ’ৰ্টিং কৰা এগৰাকী সাংবাদিকৰ এখন ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এই দাবীৰে যে পূব জেৰুজালেমত ইজৰাইলী গ্ৰেনেডৰ আক্ৰমণত আহত হোৱাৰ পাছতো তেওঁ পুনৰ এইদৰে ৰিপ’ৰ্টিং কৰিছিল। ফটোখন শ্বেয়াৰ কৰা ব্যৱহাৰকাৰীসকলে দাবীটো শেহতীয়া ইজৰাইল-পেলেষ্টাইন সংঘাতৰ সৈতে জড়িত কৰিছে। আমাৰ 24*7 ফেক্টলাইন নম্বৰ 9049053770লৈ এই ফটোখন প্ৰেৰণ কৰি এগৰাকী […]

Continue Reading

 ২০২০চনৰে পুৰণি ভিডিঅ’ শেহতীয়া মৰক্কো ভূমিকম্পৰ দৃশ্য বুলি শ্বেয়াৰ কৰা হৈছে।

যোৱা ৮ ছেপ্টেম্বৰত মৰক্কোৰ হাই এটলাছ পৰ্বতত হোৱা ৬.৮ ৰিখটাৰ প্ৰাবল্যৰ এক শক্তিশালী ভূমিকম্পত ১০০০ৰো অধিক লোকে প্ৰাণ হেৰুওৱাৰ লগতে ৩০০ৰো অধিক লোক আহত হয় আৰু অসংখ্য অট্টালিকাৰ ক্ষতিসাধন হয়। মৰক্কোৰ চতুৰ্থ বৃহত্তম চহৰ মাৰাকেছৰ পৰা ৭৫ কিলোমিটাৰ পশ্চিমে এই ভয়ংকৰ ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল। এই ঘটনাৰ ফলত চ’ছিয়েল মিডিয়াত ভূমিকম্পৰ প্ৰভাৱৰ কিছুমান ভিডিঅ’ আৰু ফটোৰ […]

Continue Reading