মহাকুম্ভৰ মহাকালগিৰি বাবাৰ ফটোকে মেৰট হত্যাকাণ্ডৰ অন্যতম অভিযুক্ত ছাহিল শুক্লা বুলি দাবী।  

শেহতীয়াভাবে যোৱা ১৫ এপ্ৰিলত অসমৰ এটা ফেচবুক পেজৰ পৰা এটা পোষ্ট দিয়া হৈছিল। পোষ্টটোত দুখন ফটো লগোৱা হৈছিল। সেই পোষ্টটোৰে ফটোত থকা দুয়োজন লোক একেজনেই বুলি দাবী কৰা হৈছে। কেপছনত লিখিছে- সৌৰভ ৰাজপুটক হত্যা কৰাৰ পিছদিনাই তেওঁ পাপ মুক্ত কৰিবলৈ স্নান আৰু ধ্যান কৰিব হৈছিল মহাকুম্ভ মেলাত। অৰ্থাৎ ফটোত থকা দুয়োজন লোক দেশ কঁপাই যোৱা […]

Continue Reading

উত্তৰ প্ৰদেশৰ মেৰটৰ বিজেপি নেতা মনিশ কুমাৰে আৰক্ষীক কৰা আক্ৰমণৰ ভিডিঅ’ টিএমচি বিধায়ক মহম্মদ দিমিৰে বেংগল আৰক্ষীৰ লোকক কৰা আক্ৰমণ বুলি মিছাকৈ প্ৰচাৰ। 

শেহতীয়াভাবে অসমৰ এগৰাকী ফেচবুক ব্য়ৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে টিএমচিৰ বিধায়ক মহম্মদ দিমিৰে এগৰাকী বেংগল আৰক্ষী বিষয়াক প্ৰহাৰ কৰিছে। পোষ্টটোত আৰক্ষী বিষয়াক প্ৰহাৰ কৰা লোকজন তৃণমূল কংগ্ৰেছৰ বিধায়ক মহম্মদ দিমিৰ বুলি দাবী কৰি লিখিছেঃ-  মুমতাজ বেগমৰ TMC বিধায়ক মহম্মদ দিমিৰে এজন বেংগল আৰক্ষী বিষয়াক প্ৰহাৰ কৰাটো চাওক। Facebook Link Archived Link  কিন্তু […]

Continue Reading

হাৰিয়ানাৰ নৃত্যশিল্পী পলক চাইনীৰ এটা ভিডিঅ’ স্বামীহন্তা মুস্কান ৰস্তোগীৰ বুলি মিছা দাবীৰে প্ৰচাৰ।  

শেহতীয়াভাবে অসমৰ এগৰাকী ফেচবুক ব্য়ৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে অলপতে চাহিল নামৰ নিজৰ পৰকীয়া প্ৰেমিকৰে মিলি নিজৰ স্বামী সৌৰভক হত্যা কৰি ১৫টুকুৰাকৈ কাটি পেলোৱা মুস্কান ৰস্তোগীৰ নৃত্যৰত ভিডিঅ’। স্বামীক হত্যা কৰি মুস্কানে এইদৰে নৃত্য কৰা বুলি দাবী কৰি লিখিছেঃ- কেনেকৈ সম্ভৱ বাৰু? নিজৰ গিৰিয়েক সৌৰভক পৰকীয়া প্ৰেমিক চাহিলৰ লগ লাগি হত্যা কৰি […]

Continue Reading