মহাকুম্ভৰ মহাকালগিৰি বাবাৰ ফটোকে মেৰট হত্যাকাণ্ডৰ অন্যতম অভিযুক্ত ছাহিল শুক্লা বুলি দাবী।
শেহতীয়াভাবে যোৱা ১৫ এপ্ৰিলত অসমৰ এটা ফেচবুক পেজৰ পৰা এটা পোষ্ট দিয়া হৈছিল। পোষ্টটোত দুখন ফটো লগোৱা হৈছিল। সেই পোষ্টটোৰে ফটোত থকা দুয়োজন লোক একেজনেই বুলি দাবী কৰা হৈছে। কেপছনত লিখিছে- সৌৰভ ৰাজপুটক হত্যা কৰাৰ পিছদিনাই তেওঁ পাপ মুক্ত কৰিবলৈ স্নান আৰু ধ্যান কৰিব হৈছিল মহাকুম্ভ মেলাত। অৰ্থাৎ ফটোত থকা দুয়োজন লোক দেশ কঁপাই যোৱা […]
Continue Reading