৩১ ডিচেম্বৰৰ পূৰ্বে বায়’মেট্ৰিক আপডেট নকৰিলে সঁচাকৈ ১জানুৱাৰীৰ পৰা গেছৰ চিলিণ্ডাৰ কিনিব নোৱাৰিব নেকি? সত্যটো কি জানো আহক।

শেহতীয়াকৈ অসমত Explore Assam নামৰ এটা ফেচবুক পোষ্টৰ পৰা এটা সংবাদ পৰিবেশন কৰা হৈছে যে অহা ৩১ ডিচেম্বৰৰ পূৰ্বে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ গ্ৰাহকসকলে নিজৰ বায়’মেট্ৰিক আপডেট নকৰিলে আগন্তুক ১ জানুৱাৰীৰ পৰা চিলিণ্ডাৰ কিনিব নোৱাৰিব। সেই বাতৰিৰ ভিডিঅ’টো বহুলভাৱে প্ৰচাৰিত হোৱাত ৰাইজৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি হোৱা দেখা গৈছে।  পেজটোত কোৱা হৈছে ৩১ ডিচেম্বৰৰ আগতে ৰন্ধন গেছ […]

Continue Reading

মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে কৰা ঘোষণা প্ৰসংগ সংগতিহীন কেপশ্বনেৰে ভাইৰেল হৈছে।

অলপতে এটা ফেচবুক পোষ্ট আমাৰ দৃষ্টিগোচৰ হ’ল য’ত আছিল এটা বাতৰি এই কেপশ্বনেৰে- “৪৫০ টকাতে এতিয়াৰে পৰা উপলব্ধ হ’ব ৰন্ধন গেছ। ৰাখী পূৰ্ণিমা উপলক্ষে ১ কোটি মহিলাৰ একাউণ্টত সোমাব চৰকাৰৰ ধন”। Facebook Link | Archived Link আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। সত্যতা নিৰূপণ পদ্ধতি আমি প্ৰথমে ভাইৰেল ভিডিঅ’টো ভালদৰে চালোঁ, […]

Continue Reading