ধ্বংসস্তুপ আৰু ছাইৰ মাজত অক্ষত অৱস্থাত থকা ৰঙা মূধচৰ ঘৰটো কেলিফৰ্ণিয়াৰ নহয়।

শেহতীয়াভাৱে অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে কেলিফৰ্ণিয়াৰ বনজুই সন্দৰ্ভত এটা দীঘলীয়া পোষ্ট লিখি তাত বহুকেইখন ফটো আপলোড কৰিছিল। দাবী কৰিছিল যে সেই ফটোবোৰ বনজুয়ে ধ্বংস কৰা কেলিফৰ্ণিয়াৰ ফটো।  Facebook Link। Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।  সত্যতা নিৰূপণ পদ্ধতি অনুসন্ধানৰ আৰম্ভণিতে আমি এখন এখনকৈ আটাইকেইখন […]

Continue Reading

AI Generated বা কৃত্ৰিম বুদ্ধিমত্তাসৃষ্ট ভিডিঅ’ৰে কেলিফৰ্ণিয়াৰ বনজুইৰ সংহাৰ দেখুওৱা হৈছে। সবিস্তাৰ আলোচনা। 

প্ৰস্তাৱনা শেহতীয়াভাৱে আমেৰিকা যুক্তৰাষ্ট্ৰৰ লজ এঞ্জেলছ,কেলিফৰ্ণিয়াত সৃষ্টি হোৱা বনজুইৰ তাণ্ডৱৰ পৰিপ্ৰেক্ষিতত সামাজিক মাধ্যমত বিভিন্ন ফটো আৰু ভিডিঅ’ বিযপি পৰিছে। অসমৰ ফেচবুক, হোৱাটছেপ আদিতো তেনেকুৱা বিভিন্ন ফটো আৰু ভিডিঅ’ দেখিবলৈ পোৱা গৈছে। আজিৰ এই আলোচনাত আমি তেনেকুৱা এটা ভিডিঅ’ৰ কথা জনাব বিচাৰিছোঁ, যিটো কেলিফৰ্ণিয়াৰ বনজুইৰ প্ৰকৃত ভিডিঅ’ নহয়। সেই ভিডিঅ’টো কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা হৈছে। অসমৰ […]

Continue Reading