ভগৱান গণেশক পূজা কৰি থাকোঁতে পুৰোহিতজন অসুস্থ হৈ পৰা ভিডিঅ’টো চিত্ৰনাট্যযুক্ত বা স্ক্ৰিপ্টেড।  

২৮ আগষ্ট ২০২৫ত অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি সেয়া ভগবানৰ মহিমা বুলি দাবী কৰিছে। চিচিটিভি ফুটেজৰ দৰে ভিডিঅ’টোত দেখা গৈছে যে এগৰাকী পুৰোহিতে প্ৰভু শ্ৰীগণেশৰ পূজা কৰি থকা সময়ত অসুস্থ হৈ বাগৰি পৰিছিল আৰু কিছু সময় পাছত ভগবান শ্ৰীগণেশৰ কৃপাত তেওঁ পুনৰ সুস্থ হয় ।  এইদৰেই এই ঘটনাটো এটা প্ৰকৃত সত্য ঘটনা […]

Continue Reading

ভগৱান গণেশক পূজা কৰি থাকোতে পুৰোহিতজন হৃদৰোগত আক্ৰান্ত হোৱা ভিডিঅ’টো চিত্ৰনাট্যযুক্ত বা স্ক্ৰিপ্টেড। ভিডিঅ’টোৰ বাস্তৱৰ লগত কোনো সম্পৰ্ক নাই।

শেহতীয়াকৈ অসমৰ হোৱাটছএপত এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে, য’ত দেখা গৈছে যে এজন পুৰোহিতে ভগবান গণেশৰ পূজা কৰি থাকোতে হৃদৰোগত আক্ৰান্ত হৈ ঢলি পৰে আৰু কিছুক্ষণ পাছত ভগবান গণেশৰ ধ্বজাখন তেওঁৰ গাত পৰে আৰু তেওঁ সম্বিত ঘুৰাই পায়। সেইদৰেই ভগবান গণেশে তেওঁৰ প্ৰাণৰক্ষা কৰা বুলি এক দাবীৰে আমাৰ ফেক্টলাইন নম্বৰ 9049053770লৈয়ো সেই ভিডিঅ’টো প্ৰেৰণ কৰা […]

Continue Reading