২০২২ত পশ্চিমবংগৰ দমদমৰ ভোটকেন্দ্ৰত হোৱা ৰিগিঙৰ দৃশ্য বৰপেটা লোকসভা সমষ্টিৰ বুলি প্ৰচাৰ।  

শেহতীয়াকৈ অসমৰ হোৱাটছএপত এটা ভিডিঅ’ প্ৰচাৰ কৰা হৈছে যে শেহতীয়া লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণত বৰপেটা লোকসভা সমষ্টিৰ ভোটকেন্দ্ৰত ৰিগিং কৰা হৈছিল। আমাৰ 24/7 ফেক্টলাইন নম্বৰ 9049053770লৈ সেই ভিডিঅ’টো প্ৰেৰণ কৰি এগৰাকী ব্যৱহাৰকাৰীয়ে সেই দাবী উত্থাপন কৰিছিল। লিখিছিল- বৰপেটা লোকসভা সমষ্টিত এনেকৈ হৈছিল ৰিগিং । Archived Link কিন্তু এই দাবী সত্য হয়নে?   আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ […]

Continue Reading

দৈনিক ভাস্কৰৰ ১৩ এপ্ৰিলৰ সংখ্যাত নিয়েলছনৰ সৈতে কৰা কোনো সমীক্ষা প্ৰকাশ পোৱা নাছিল।

শেহতীয়াকৈ অসমৰ ফেচবুকত এটা বিশেষ বাৰ্তা প্ৰচাৰ কৰা দেখা গৈছে। হিন্দী দৈনিক কাকত ‘দৈনিক ভাস্কৰ’ৰ এটা সংস্কৰণৰ এটা পৃষ্ঠাৰ ফটো আপলোড কৰি তাত নিয়েলছন আৰু দৈনিক ভাস্কৰৰ আগন্তুক লোকসভা নিৰ্বাচনৰ সমীক্ষা প্ৰকাশ পোৱা বুলি দাবী কৰি পোষ্ট কৰা হৈছে। পোষ্টটোত লিখিছে- INDIA আগবাঢ়ি আছে দৈনিক ভাস্কৰ, উত্তৰ ভাৰতত বহুল বাবে প্ৰকাশিত হিন্দী দৈনিক বাতৰি কাকক। […]

Continue Reading

২০২২ চনৰে তেলেংগানাৰ উপ-নিৰ্বাচনৰ সময়ৰ সংঘৰ্ষৰ ভিডিঅ’ শেহতীয়া বুলি প্ৰচাৰ।  

দেশৰ সাধাৰণ নিৰ্বাচন ওচৰ চাপি অহাৰ লগে লগে ছ’চিয়েল মিডিয়া প্লেটফৰ্মবোৰত ৰাজনৈতিক বিষয়বস্তুৰে ভৰি পৰিছে। এই বিষয়বস্তু সমূহ ৰাজনৈতিক দলসমূহে প্ৰচাৰৰ বাবে আৰু তেওঁলোকৰ প্ৰতিদ্বন্দ্বী দলসমূহক লক্ষ্য কৰি শ্বেয়াৰ কৰা দেখা গৈছে। ব্যাপকভাৱে শ্বেয়াৰ হোৱা এনেকুৱা এটা ভিডিঅ’ত দেখা গৈছে যে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰচাৰ বাহনত একাংশ লোকে আক্ৰমণ কৰিছে। আমাৰ 24/7 ফেক্টলাইন নম্বৰ 9049053770লৈ […]

Continue Reading

১৬ এপ্ৰিলত লোকসভা নিৰ্বাচন অনুষ্ঠিত হ’ব বুলি নিৰ্বাচন আয়োগে ঘোষণা কৰা নাই। এই বিভ্ৰান্তিৰ কাৰণ কি ইয়াতে জানক।    

শেহতীয়াভাবে অসমৰ ছোচিয়েল মিডিয়াত বিভিন্ন ব্যৱহাৰকাৰীয়ে অহা ১৬ এপ্ৰিলত লোকসভা নিৰ্বাচনৰ দিন ধাৰ্য কৰা হৈছে বুলি পোষ্ট দিয়া দেখা গৈছে। আনকি কোনো কোনো সংবাদ প্ৰতিস্থানেও এই বাতৰি সম্প্ৰচাৰ কৰিছিল যে অহা ১৬ এপ্ৰিলত অনুষ্ঠিত হ’ব দেশৰ সাধাৰণ নিৰ্বাচন।  সংবাদ প্ৰতিস্থানৰ সেই পোষ্ট আপোনালোকে ইয়াত আৰু ইয়াত চাব পাৰিব। Archived Link ।Archived Link। Archived Link  আনফালে […]

Continue Reading