সঁচাকৈয়ে এই কণমানিজনীয়ে “ৰাম আয়েংগে” শীৰ্ষক হিন্দী গানটো গাইছে নেকি?

শেহতীয়াকৈ এগৰাকী কণমানি ছোৱালীয়ে ৰাম ভজন গোৱাৰ দৃশ্য ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত। ভিডিঅ’টোত দেখা গৈছে যেন কণমানিজনীয়ে “ৰাম আয়েংগে” শীৰ্ষক হিন্দী গান এটি গাইছে আৰু বলীউডৰ সংগীত জগতৰ বহুকেইগৰাকী শিল্পীয়ে (নেহা কক্কৰ, হিমেশ ৰেছমিয়া, বিশাল দাদলানী, প্যাৰেলাল ইত্যাদি)সেয়া শুনি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। ফেচবুকত ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “কণমানি জনি কণ্ঠত এটি সুন্দৰ গীত”। […]

Continue Reading