২০২৩ চনৰ আগষ্টৰে লেবানন-ইজৰাইলৰ ব্লু লাইন বোৰ্ডাৰৰ পুৰণি ফটো ভাৰতীয় সেনা জোৱানে ইজৰাইল আক্ৰমণৰ প্ৰতিবাদ কৰা বুলি মিছা দাবীৰে প্ৰচাৰ কৰা হৈছে। 

শেহতীয়াভাবে অসমৰ এটা ফেচবুক পেজত এখন বিশেষ ফটোৰ ওপৰত – “লেবানন সীমান্তত ইজৰাইলৰ আক্ৰমণৰ সমুখীন হোৱা আমাৰ ভাৰতীয় সেনাৰ প্ৰতিবাদ” বুলি লিখি আপলোড কৰি দাবী কৰা হৈছে যে ইজৰাইলৰ শেহতীয়া আক্ৰমণৰ বাবে তাত নিয়োজিত ভাৰতীয় সেই এইদৰে হাতত প্লাকাৰ্ড লৈ প্ৰতিবাদ কৰিছে।  Facebook Link । Archived Link কিন্তু এই দাবী সত্য হয়নে?  আমি ফেক্ট ক্ৰেছেণ্ডো […]

Continue Reading

ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ পুৰণি ভিডিঅ’ ইজৰাইলৰ ওপৰত হোৱা আক্ৰমণৰ বুলি ভাইৰেল।

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত দেখা গৈছে যে এটা মিছাইল উৎক্ষেপণৰ কিছু সময়ৰ পাছতে পুনৰ উৎক্ষেপণস্থলীলৈ ঘূৰি আহি বিস্ফোৰিত হৈছে। ভিডিঅ’টো ফেচবুকত শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে দাবী কৰিছে যে এয়া ইজৰাইলৰ ওপৰত মিছাইল আক্ৰমণৰ দৃশ্য। Facebook Link | Archived Link. আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। সত্যতা নিৰূপণ পদ্ধতি  […]

Continue Reading

পুৰণি আৰু সম্পৰ্কহীন ফটোৰ ক’লাজেৰে দাবী কৰা হৈছে যে সেয়া লেবাননত সংঘটিত হোৱা চোলাৰ পেনেল বিষ্ফোৰণৰ দৃশ্য।

শেহতীয়াভাবে দুখন ফটোৰৈ সৈতে এখন ক’লাজ অসমত ভাইৰেল হৈছে এই দাবীৰে যে সেয়া লেবাননৰ দৃশ্য় আৰু লেবাননত তেনেকৈ চোলাৰ পেনেলত বিষ্ফোৰণ ঘটি একোটা ঘৰ জ্বলি গৈছে। আমাৰ ফেক্টলাইন নম্বৰ 9049053770লৈয়ো সেই ক’লাজখন প্ৰেৰণ কৰি এগৰাকী ব্যৱহাৰকাৰীয়ে একেই দাবী উত্থাপন কৰিছিল। Archived Link কিন্তু এই দাবী সত্য হয়নে?  আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ […]

Continue Reading

বিস্ফোৰণৰ পুৰণি ভিডিঅ’ তুৰস্কৰ শেহতীয়া ভূমিকম্পৰ বুলি শ্বেয়াৰ কৰা হৈছে

তুৰস্ক আৰু ইয়াৰ চুবুৰীয়া দেশসমূহক ধাৰাবাহিকভাৱে হোৱা বৃহৎ ভূমিকম্পই জোকাৰি যোৱাৰ পিছত তুৰস্কৰ পৰা পোৱা গৈছে ধ্বংসৰ বিভিন্ন হৃদয় বিদাৰক খবৰ। এই বিপৰ্যয় আৰু ইয়াৰ ফলত হোৱা ধ্বংসলীলাৰ বহু ভিডিঅ’ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা হৈছে। ইয়াৰ ভিতৰত আমি কিছুমান অসংলগ্ন ভিডিঅ’ পাইছিলোঁ যিবোৰ তুৰস্কত হোৱা ভূমিকম্পৰ বুলি শ্বেয়াৰ কৰা হৈছে। তেনেধৰণৰ দাবীৰে এটা ভিডিঅ’ আমি […]

Continue Reading